O Akash - Zubeen Garg & Satabdi Borah | New Assamese Song

preview_player
Показать описание
MirchiAssam Presents "O Akash" sung by Zubeen Garg & Satabdi Borah

Song : O Akash
Singer : Zubeen Garg & Satabdi Borah
Lyrics & tune : Ikram H. Juwel
Music : Ankur Saikia
Mixed & Mastered : Diganta Bordoloi
Producer: Nekib Hoque
Call/Whatsapp: 8822526901
Рекомендации по теме
Комментарии
Автор

জুবিন দা অসমৰ সংগীত জগতৰ এক উজ্বল ধ্ৰুৱ তৰা আপোনাক কেতিয়াও কোনো কাৰণতে হেৰুৱাব নিবিচাৰোঁ ভগৱানে আপোনাক কুশলে ৰাখক .. আপোনাৰ গানে বহুতক জীয়াই থকাৰ কিবা এটা কৰাৰ অনুপ্ৰেৰণা যোগাই ...সমগ্ৰ অসম বাসীৰ আশীৰ্বাদ আপোনাৰ শিৰৰ ওপৰত বিৰাজমান হৈ আছে❤️❤️

assamesearmyboy
Автор

অসমীয়া সংগীতৰ পিতৃ স্বৰুপ জুবিন দা ❣️🔥🔥🔥

bulendeka
Автор

" অ' আকাশ । " এটা মৰ্মস্পৰ্শী গান । জুবিন আৰু শতাব্দীক ধন্যবাদ ।

pratimboruah
Автор

শুনি শুনি আমনি নালাগে জুবিন দাৰ কন্ঠৰ গান.... হৃদয় চুই গ'ল 😞 জয় জুবিন দা ❤️❤️❤️🥰
মৰহা পাহিৰে ফুলে কি নুফুলে
সপোনৰ কলি আজি
দিঠকত শুকালে 😞😞

dekavideos
Автор

ইমান ধুনীয়া হৈছে, শুনিলে শুনিয়ে থাকিব মন যায়😍

najkitchen
Автор

অশান্তিৰ মাজত শান্তি বিচাৰি পাওঁ, যেতিয়াই কোলাহল এই পৃথিৱীৰ পৰা আঁতৰি আহি নিস্তব্ধ আকাশৰ তলত থমকি ৰোৱাৰ চেষ্টা কৰোঁ, তেতিয়াই বাৰে বাৰে চকু মুদি শুনি পাওঁ এই গীতটি । পাহৰি যাওঁ সেই যান্ত্ৰিকতাৰ জীৱনটি । দাদাৰ লগতে শতাব্দী ৰ কণ্ঠয়ে বাৰুকৈয়ে হৃদয় স্পৰ্শ কৰিছে । ❤️❤️❤️❤️❤️

abhijitsaikia
Автор

জুবিন দা আমাৰ জীৱন তেখেতৰ পৰাই আমাৰ নতুন প্ৰজন্মৰ মাজত এক জীপাল মন গঢ়ি উঠে তেখেতে আমাৰ নতুন প্ৰজন্মৰ সাহস😍😍😍

gariyasisaikia
Автор

আনৰ গান যিমানেই নোখোনো কিয় জুবিন দাৰ গান নোখোনিলে টুপনি নাহে বেলেগৰ গান যিমানেই বাজি নেথাকক মনত জুবিন দাৰ গানহে বাজি থাকে আই লাভ ইউ জুবিন দা

jadabdeka
Автор

জুবিন দা মানে যাৰ কন্ঠই মন প্ৰাণ জুৰ পেলাব পাৰে।।।..Love you zubeen da..i love this song😍😍😍😍

muntukuria
Автор

সৰুৰ পৰাই মই জুবিন দাৰ প্ৰেমিক❤️
জয় জুবিন দা❤️❤️ জুবিন দা আমাৰ সাহস প্ৰাণ।।

jagadishdas
Автор

অহ কি সুন্দৰ... দাদা আপোনাৰ কণ্ঠই নাজানো কিয় চকু পানী বোৱাই দিয়ে... সঁচাকৈ নৈ ত ওপঙি যোৱাৰ দৰে অনুভৱ। বা আপোনাৰ কণ্ঠ ও অতি সুন্দৰ

gayatridas
Автор

শতাব্দী বা কি গাইছা হয় ইমান ধুনীয়া লাগিছে জুবিন দা কথাটো কব নালাগে ।সুন্দৰ এটি গীত

porismitaduttaofficial
Автор

জুৱেল তোমাৰ গীত টি শুনিয়েই আছো । শুনিয়েই আছো । অংকুৰৰ সংগীত অ‌ংকুৰিত হ'ল । জুবিন গাৰ্গ আৰু আমাৰ শতাব্দীৰ কণ্ঠৰ যাদুৱে মন্ত্ৰ মুগ্ধ কৰি ৰাখিছে । আৰু গীত উপহাৰ দি যোৱা👍👍

pratulborah
Автор

যাদু যেন তোমাৰ মাত মাইনা বা একে ৰাহে শুনিয়েই থাকিলেও আমনি নালাগে শুভেচ্ছা থাকিল প্ৰতিজন ব্যক্তিৰ মুখে মুখে প্ৰচলিত হৈ পৰক 😍😍🥰

preetipujakataki
Автор

জুবিন দা ৰ গান শুনা মানেই জীৱন ধন্য❤️❤️

sanjibbora
Автор

আৰু, শতবৰ্ষ জী থাকক আপুনি জুবিন দা।
আপোনাৰ সৈতে নতুন নতুন মানুহবোৰক এনেকৈ সুবিধা দি যাওক।
শতাব্দীৰ কন্ঠ ভাল লাগিছে।

jaanbordoloi
Автор

এটি হৃদয় চুই যোৱা গান, , , , 💖💖💖💖💖💖💖💖 যিমান শুনিলেও মন নভৰে...😍😍😍

fintomkalita
Автор

gaan2 huni mon vorii jaii 😘😘
Zubben dar krne ata like

bindassgirl
Автор

ক’বলৈ ভাষা নাই শতাব্দী ৷ খুবেই সুন্দৰ ৷৷ তাতে জুবিন দা কন্ঠ ৷ মিস্কড মাষ্টাৰিং কৰা দিগন্ত দাকো ধন্যবাদ ৷

kanchanjyotigohain
Автор

Relax feel কৰো গান টো শুনি। 🙏ধন্যবাদ জড়িত সকলোকে। একেবাৰে শেষৰ যে humming টো লৈকে... আহ্ কেনে সুন্দৰ 😍

raktimsaikia
visit shbcf.ru