SILAA | ZUBEEN GARG | Album : SILAA

preview_player
Показать описание
♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪

● FOR CALLER TUNES ●

Vodafone users dial - 53712151775
Idea users dial - 53712151775
Airtel users dial - 5432117546768
BSNL users dial - 12151775

AUDIO

Album
Silaa

Singer/Composer/Lyrics
Zubeen Garg

Music Producer
Zubeen Garg

Music Arrangement
Bablu Sibabrata Sharma

Musicians
Shantanu Baruah (Stroke)
Pritam Bodo (Keys)

Recording Studio
Studio Chikmik

Mix & Mastering
Bhupesh Saikia

Music Label
Dhwani Records

VIDEO

Cast
Zubeen Garg
Neelim Mahanta
Shreya Borthakur

Director
Bitopan Kashyap

Director of Photography
Bitul Das

Drone
Joydeep Paul
Samprit (Lakhimpur)

Editing & VFX
Debangkar Borgohain

DI & Color
Sujit Karmakar

Studio
Eye creations

Make-up
Bhaskar Dutta

Chief Assistant Director
Rahul Gautam Sharma

Art
Jyoti Shankar Bhattacharyya

Costume
Garima Saikia Garg

Costume Assistant
Thuriya Saikia

Album Art
Kowsick Borgohain

Creative Design
Khairul Bachaar

Visual Promotion
Bitopan Kashyap

Publicity
Abhinaya

Executive Producer
Rhitu Prayag Garg (Mon)

Producer
Zubeen Garg
Garima Saikia Garg

Zubeen Garg Team
Hitesh Saloi
Nandeshwar Bora
Premadhar Borpatra Gohain

Eye Creations Team
Dipankar Barman
Srawan Kumar Chetry
Sirajul Ali
Dilip Bokol
Zamal

Special thanks
Nayan Kashyap
Parikhit Das
Mridul (Sonapur)

#Silaa #ZubeenGarg
Рекомендации по теме
Комментарии
Автор

ধন্যবাদ জুবিন মামা, দূৰ্গা পূজাৰ ইমান ধুনীয়া এই উপহাৰটোৰ বাবে। তোমাৰ পৰিয়ালৰ কল্যাণ কামনা কৰিলোঁ মা দূৰ্গাৰ ওচৰত। 😊

GameWaveGuru
Автор

মই ভাৰতীয় সেনাত কৰ্মৰত বৰ্তমান । কেতিয়া কি হয় নাজানোঁ, আজি হাঁহি আছোঁ কালিলৈ পতকাৰ তলত যাব লগাওঁ হব পাৰে । ৰাতিপুৱা উঠি আগত আপোনাৰ গান শুনো দাদা ❤️ মোৰ দুজন বন্ধু আছে, সিহঁতে অসমীয়া নাজানে কিন্তু আপোনাৰ গান শুনি থাকে 💕 বহুত অপেক্ষাৰ ফলত আজি শুনিব পাৰিলোঁ গানটো ❤️💕

sintubaishya
Автор

চিলা আৰু চিলনীৰ প্ৰসংগ সুন্দৰকৈ উপস্থাপিত হৈছে গীতটোত.. ধন্যবাদ জুবিন দা সুন্দৰ গীত উপহাৰ দিয়া বাবে...

nilakshigoswami
Автор

এজন কালজয়ী শিল্পী হল জুবিন দা । আপোনাৰ কণ্ঠৰ যাদুত উৰি যাওঁ সঁচাই বেলেগ এখন জগতলৈ। সকলো ভাগৰ পাহৰি যাওঁ আপোনাৰ গান শুনিলে । Joi zubeen da ❣️

স্বপ্নভঙ্গৰহুমুনিয়াহ
Автор

যাৰ গানৰ পৰশতে লোকাই থাকে অনেক অযুত মৰম প্ৰেম ভালপোৱা সুখ দুখ হাঁহি কান্দোন।প্ৰকৃতিক ভাল পোৱা আৰু আনৰ মন জয় কৰিব পৰা এগৰাকী শিল্পী।যাৰ গান এবাৰ দুবাৰ নহয় হাজাৰবাৰ শুনিলেওঁ আমনি নালাগে।সেইগৰাকীয়েই হ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দা।❤️।।।মন যায়।।।❤️

thawsengphagogoi
Автор

জুবিন দাক লগ পোৱাৰ আশাৰে বাট চাই আছোঁ....
গাৰ নুম শিয়ৰী উঠা এটি সুমধুৰ কণ্ঠ...
যাৰ সুৰত বিলীন হৈ যাও...
প্ৰতিটো শব্দৰ সুৰীয়া কন্ঠত জীপাল হৈ পৰো ...
কি যে বুজাব নোৱাৰা অনুভৱ...
God bless you Zubeen da 🙏🏼
Love you da 💝

Yein-
Автор

ইমান ধুনীয়া এটা গানত dislike দিয়া নমুনা কেইটা কত জীয়াই আছে বাৰু কোন গ্ৰহৰ পৰা আহিছে বা গোবৰৰ মাথাটুলৈ । ৰো গানটো চোৱা সকলোৱে like এটা কৰি যাব পাৰে চাগে । পইচা দিব নালাগে নহয় ।
জুবিন দাৰ জয় মানে অনুৰাগী জয়😍😍
জুবিন দা নহয় মাথোঁ এটা নাম ই অসমীয়াৰ আৱেগ ৰো স্বাভিমানৰ এক অফুৰন্ত ভাণ্ডাৰ । lv u zubeen da ।

amarjyotiborah
Автор

মন চুই যায় এই গানটো শুনিলে জুবিন দা আপুনি অসমৰ মানুহক এটা অতি আমোদজনক বৈশিষ্ট্যপূৰ্ণ lyrics লিখি ব্যক্ত কৰাৰ বাবে অশেষ ধন্যবাদ
অসমৰ মানুহৰ পৰা আপোনাক বহুত বহুত মৰম জাচিলো ❤️২৩/০৩/২০২২ ৰাতি ১০:৪৬ ভালপোৱা স্মৃতিবোৰ আকৌ এবাৰ মনত পৰি গল। Big Thank you জুবিন da

lil_wanye
Автор

#জুবিন দাৰ গান মানেই একক, অপূর্ব, ব্যতিক্ৰম, #চিলা গানটোৰ পৰিকল্পনা আৰু কথা ইমানেই সুন্দৰ হৈছে যে তাক প্ৰকাশ কৰিবলৈ ভাষা বিচাৰি পোৱা নাই।
Love you #Zubeen bro. God bless you...🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

nayaNBhatta.
Автор

সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ পিছতে মোৰ আটাইতকৈ Fav মানুহ জুৱিন দা । সৰুৰ পৰাই তেওঁৰ গীত শুনি শুনিয়ে ডাঙৰ হৈছো

nayanjyotisaharia
Автор

প্ৰভু এই ভক্তক পাগল কৰিম হে বুলি ভাবিলে নেকি ঔ 😍😍😍 কান গেলি গৈছে শুনি শুনি, তথাপিও হৃদয় ভৰা নাই ❤️
#saluteZGsalute ❤️

jyotishmanmahanta
Автор

চিলা...এটি খুব ধুনীয়া মৰমলগা মৰমৰ গান। শুনি আছো দুদিন ধৰি আমনি লগা নাই। অন্য মৰম ভালপোৱাৰ গানবোৰত প্ৰায়ে নিজৰ প্ৰিয়জনক জোন, বেলি, তৰা, আকাশ, সাগৰ, নদী, প্ৰকৃতি আদিৰ সৈতে তুলনা কৰি অন্তৰৰ প্ৰেম প্ৰকাশ কৰা হয়। কিন্তু চিলা গানটো এইখিনিতে ব্যতিক্ৰম। ইয়াত প্ৰিয়জনক নহয় নিজেই নিজক এক বেলেগ ৰূপত কল্পনা কৰি প্ৰিয়জনৰ সন্মুখত মৰম আকলুৱা ৰূপ তুলি ধৰিছে। ইয়াত মানুহজন মানুহ হৈ থকা নাই... হৈ পৰিছে এখন চিলা।
নিজকে চিলাৰ ৰূপ দি খুব কোমলকৈ মৰমৰ গভীৰতা প্ৰকাশ কৰা হৈছে।

মনপৰশা গানটোৰ বিশেষ দুটা লাইনে বিশেষকৈ মোৰ অন্তৰ চুই গ'ল।

"চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ"

আৰু আনটো হ'ল

"সদায় উৰিবলে মন যায়
আকাশ ভেদি ভেদি মোৰ
চিগি হ'লেও পৰিম
আঁচলতে তোৰ"

চিলা এখনৰ সূতা কাটি যোৱা, চিগি যোৱা মানেই চিলাখনৰ মৃত্যু আৰু সেই মৃত্যু পৰ্যন্ত আপোনজনৰ লগ এৰিব নিবিচৰা আশাৰ কথা গানটোৰ এই শাৰীকেইটাত বৰ গভীৰকৈ প্ৰতিফলিত হৈছে।

গানটো শুনি শুনি তাকে ভাবিছো মানুহ কিমান বেছি অনুভূতিপ্ৰৱণ, কিমান বেছি কল্পনাপ্ৰৱণ হ'লে এনে গীত ৰচিব পাৰে! নিজকে চিলা সাজিব পাৰে !

এইবোৰ নিচা লগা গান.... যিমানেই শুনা হয় সিমানেই বেছি ভাল লাগি লাগি গৈ থাকে। জুবিন দাৰ বহু গানত আগতেও সেই কথা প্ৰমাণ পাইছো। মানুহজনে ইমান অসুস্থতাৰ অন্তত পুনৰ গানৰ পৃথিৱীত ৰং ছটিয়াইছে, চিলা হৈ উৰিছে, ইয়াতকৈ ভাললগা কথা আৰু একো হ'ব নোৱাৰে। তেওঁৰ গান 'ডাৱৰে-পোহৰে' উৰি থাকক

kasturiborthakur
Автор

কবলৈ কোনো ভাষা নাই, জুবীন দাক কিমান ভাল পাও তাৰো কোনো সীমা নাই।জুবিন দাৰ গান বাদেই কথা কৈ থাকিলেও শুনি থকা বিধৰ অনুৰাগী, অকল মই বুলি নকওঁ মোৰ দৰে বহুত আছে এনেকুৱা অনুৰাগী । গানটো কথা একোৱে নকওঁ মুঠৰ্বত বহুত বাৰ চালোঁ হেঁপাহ নাইপলুৱা। love you zubee da. ❤❤❤❤❤❤

madhabsocialist
Автор

ৰাতিপুৱা শুই উঠি দৌৰিব গলেও জুবিন দা গান শুনি হে দৌৰি গৈ থাকো সঁচাই দেই তেওঁ কণ্ঠ ত যাদু আছে।।
দিনটোত তেওঁ গান নুশুনিলে কিবা আধৰুৱা যেন লাগে।।
I love this song sila sila😘😘😘😘😘

srisurjyapatorsurjyapator
Автор

2024 ot Kune Kune gaan too huni asa.. ata like kori di jaba

diluwarstudio
Автор

গানটো শুনি আমনি লগা নাই
শুনিয়েই আছোঁ 30 বাৰ মান শুনিলো এতিয়ালৈকে। খুব সুন্দৰ হৈছে দাদা ❣️❣️❣️❣️❣️❣️❣️❣️

sangitaborah
Автор

যোৱা কালি গানতো ৰিলিছ হোৱাৰ পাছৰে পৰা আজিলৈকে এটা গানকে শুনি আছো থতাপিও শুনি মন ভৰা নাই।Love you Zubeen দা ইমান সোন্দৰ গীত এটি আমাক উপহাৰ দিয়া বাবে।😘👍, যই জুবিন দা✊

Ruwat
Автор

আপোনাৰ নিচিনা অসমত দ্বিতীয়টো জন্মিব নোৱাৰে আৰু।।।❤️❤️❤️❤️❤️ always rock zubeen daa....🤘🤘🤘🤘🤘🤘ভগৱান😘

dipankarbaruah
Автор

From USA ( United States of Assam ) love you zubeen da

wt._sahilzz
Автор

আপোনাক ভগৱানে হাজাৰ বছৰ জীয়াই ৰাখক ।আপোনাৰ অবিহনে অসম আধৰুৱা।।অসমৰ ৰজা হৈ।।😍😍জুবীন দাক ভাল পোৱা বোৰে এটা এটা like কৰি যোৱা।।যাতে সকলোৰে মৰমৰ দাদা জন সদায় আমাৰ মাজত থাকে হিয়াৰ আমঠু হৈ।।।

Mannan