Dure Dure | Deepshikha Bora | Rex Boro | Assamese New Official Lyrical 2022

preview_player
Показать описание
Good news for all the non assamese listeners. In your request now SUBTITLES are available.
Just click the CC button and enjoy our assamese songs.

🎼Song : Dure Dure
🎙Vocal : Deepshikha Bora
🎶Composer: Rex Boro,Deepshikha Bora
🎶 Lyrics : Deepshikha Bora
Flute: Anjan Medhi
🎶Music/Mix/Mastered : Rex Boro

Cover design n Lyrical video- Partha jit Hira

contact for Live shows
8474078448

● Music Distribution Partner : RD Notes
● Stream the song on- 👇

●Jio Saavn

●Spotify

●Amazon Music

● Apple Music

● Wink music

• Bahi

Assamese Lyrics 👇

দূৰে দূৰে ৰ'লে যদি
মৰম কমি যায় অ...
কাষতে ল'ম বহাই তোকে
সদায় থাকিম চাই অ ...
তই ক'লে দিনতে
তই ক'লে ৰাতিতে
তই ক'লে গধূলি
তই ক'লে পুৱাতে
ঢপলিয়াই আহিম অ ...
তোৰে কাষলে জান ঐ ...

লাহে লাহে মৰমে
ধৰিছেহি সাৱতি
উশাহবোৰো চিনাকি
তই আহিছ কিজানি

আষে পাষে থাকিবি
বিচাৰিলেই পোৱাকে
চকুৰ আঁ‌তৰ নহবি
এচুমা নিদিয়াকে

English Subtitle 👇

If standing far
Decreases our love o ho ho
I shall make you sit by my side
And will watch you forever.. o ho ho
If you say during day
If you say during night
If you say during evening
If you say during morning
I will run eagerly
To you o my beloved

Slowly love is embracing me
The breathes are known
You might have come
If you say during day
If you say during night
If you say during evening
If you say during morning
I will run eagerly
To you o my beloved

Be around me
To reach when I need
Don’t be far of sight
Without a kiss
If you say during day
If you say during night
If you say during evening
If you say during morning
I will run eagerly
To you o my beloved

#Deepshikha_Bora
#Dure_Dure_2022
#Rex_Boro
Рекомендации по теме
Комментарии
Автор

সকলোলৈকে বহুত মৰম। প্ৰথমেই কোন ঠাইৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। মই সকলোৰে comment পঢ়ো বহু হেপাহেৰে। আপোনালোকলৈ উপহাৰ হিচাপে আগবঢ়াই দিলো মৰমৰ গীত 'দূৰে দূৰে'। গঠনমুলক মন্তব্যৰে ভুল শুদ্ধ বোৰ আঙুলিয়াই দি মোক উৎসাহিত কৰিব বুলি আশাৰে বাত চালো। গীতটি যদি ভাল লাগে share কৰিবলৈ নাপাহৰিব।
মৰমেৰে- দীপশিখা 🙏

deepshikhaboramusical
Автор

বহুত বহুত ধন্যবাদ এনেকুৱা এটি সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে গুৱাহাটীৰ পৰা ।

debakumarrabha
Автор

Finally released.
Love from Assamese settled in USA!
You guys are doing great. Rex Boro and Deepshikha Bora 💙

farlinjones
Автор

মই চাবুৱাৰ পৰা মৰম যাচিলোঁ। অতি সুন্দৰ হৈছে। আগুৱাই যোৱা। তোমাৰ কণ্ঠ প্ৰায়ে শুনো, কিবা এটা ভাল লাগে, কিয় নাযানো, লগতে গাণৰ কথাবোৰ। কিবা যেন মোৰ জীৱনত ঘটিথকাৰ কিছু মিল আছে। বাৰু লগ পাম কেতিয়াবা, বিহুৰ সময়ত।

hirakjyotibaruah
Автор

, বহুত ধুনীয়া গান বাইদেউ আপোনাৰ গান শুনি বহুত ভাল লাগে মই নলবাৰীৰ পৰা চাই আছো,

sonmanirockcreation
Автор

মৰিগাঁও জিলাৰ পৰা তোমাক বহুত বেছি শুভেচ্ছা জ্ঞাপন জনালো.. ইমান ধুনীয়া গীত উপহাৰ দিয়া বাবে.. 💓💓🌍

minudamubordoloi
Автор

বহুত সুন্দৰ 👍👍❤
মাজুলীৰ পৰা মৰম যাচিলো। 💕🌹🌹🌹🙏🙏🙏

dipikasaikia
Автор

সৃষ্টি মজিয়াৰ পৰা বহু বহু মৰম আৰু শুভেচ্ছা থাকিল ❤️

srishtistudiomoranhat
Автор

Thnx to Deepshikha & Team members for all the beautiful songs wunnerfully sung.Lucky to be alive in this generation with all such Nightingales flying around. 👍

aochubaaier
Автор

এইগীতি মোৰ কাৰণে ইমানেই ভাল লাগে মই নিজেই ক'ব নোৱাৰো! দীপশিখা বা আগলৈ আৰু এনেকুৱা গীত শুনিবলে পাম বুলি বহুত আশা ৰাখিলোঁ।গোৱালপাৰাৰ পৰা আপোনাক মৰম যাছিলোঁ।❤️🥰

udayrabha
Автор

সুন্দৰ গান ৷আগলৈকো যাতে এনেকুৱা গান আমাক উপহাৰ দি যায় ৷ভগৱানে আপোনাক কুশলে ৰাখক ৷আমাৰ লক্ষীমপুৰ ৰ পৰা বহুত মৰম যাছিলো ৷

niranjanbaruah
Автор

বহুত বহুত ভাল লাগিল বা গীতটি।❤️💖
আমাৰ মৰমৰ আপোনালৈ সদায় থাকিব ।
আৰু আগুৱাই যাৱক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🕉️🙏।
হাজোৰ পৰা বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।

dskassam
Автор

খুবেই সুন্দৰ হৈছে বাইদেউ। গানটো শুনি অসমত থকা আপোন মানুহৰলৈ মনত পৰি মনটো ইছাত বিচাত কৰিলে। মই Hyderabadৰ পৰা চাই আছোঁ

rahulcreation
Автор

Moi Tezpuror hoi.Apunar gaan bur mur bohut bhal lage.agoloiu aru bhal bhal gaan puwar aasha korilu.Sangitor jogot khonot jate bohu dur aguai jabo pare tare kamona korilu🙏

bharatibora
Автор

Bujabo nuwara kiba ata val lagise ooo❤️❤️❤️

minakshikalitamusical
Автор

গানটো বহুত ভাল লাগিছে । মই নগাঁও বামুণীৰ পৰা কৈছো ।😚😚

tonushreeraginibora
Автор

বা বহুত বহুত বহুত ভাল লগা গীতটি । তুমি বহুত আগুৱাই যোৱা । গহপুৰৰ পৰা তোমালৈ বহুত মৰম

priyomsewali
Автор

Deepshikha baa val puwa hokoli like ata mari debo 👍👈👈

rituponoffcial
Автор

আপোনাৰ এই গীতটি শুনি বহুত বহুত ভাল লাগিলে 👌👌। এনেকুৱা উপহাৰ আগলৈকে দি থাকিব বুলি আশা ৰাখিছো 🥰💖। মই পেঙেৰীৰ পৰা

gangamayadorjee
Автор

'দূৰে দূৰে ৰ'লে যদি মৰম কমি যায়' really nice looking. Love, romantic, fantastic and sad in this song is everything. I watched this song 20 time. Really nice song. I am waiting for new song. God bless you always.

gobindamili
welcome to shbcf.ru