Prem hoie gol | Deepshikha Bora | Rex Boro | Official Assamese Romantic Song 2023

preview_player
Показать описание
🎼Song : Prem Hoie Gol
🎙Vocal : Deepshikha Bora
🎶Composition : Rex Boro, Deepshikha Bora
🎶 Lyrics : Deepshikha Bora
🎶Music/Mix/Mastered : Rex Boro
Flute : Anjan Medhi
Guitar : Rex Boro

Cover design n Lyrical video- Partha jit Hira

contact for Live shows
8474078448

Publisher : Stereo Music

● Publisher : Stereo Music
● Stream the song on- 👇

●Jio Saavn

●Spotify

●Amazon Music

● Apple Music

● Wink music

• Hungama

• Bahi

Lyrics
যোৱা বছৰ তোক প্ৰথম দেখি
বুকুত কিবা এটা লাগি গ'ল
মাঘৰ বিহুত তোক আকৌ দেখি
মৰম অকণমান জাগি গ'ল
ব'হাগতে তোলৈ মনত পৰি
বাঢ়ি বাঢ়ি মৰম আৰু বাঢ়ি
প্ৰেম হৈয়ে গ'ল
প্ৰেম হৈয়ে গ'ল

জেতুকা তোৰে নামৰে
বুলাবলে মন দুহাততে
গামোচাত তোৰে নামৰে
ধুনীয়া ফুল তুলিবলে মন
দিনে ৰাতি তোলৈ মনত পৰি
বাঢ়ি বাঢ়ি মৰম আৰু বাঢ়ি
প্ৰেম হৈয়ে গ'ল
প্ৰেম হৈয়ে গ'ল

মই তোৰ বুকুৰে ৰাণী
বুজি পাবলে তই আছে বাকী
মই জুই হ'লে তই পানী
নিজৰ বুলি ল'বি মোকে মানি
দিনে ৰাতি তোলৈ মনত পৰি
বাঢ়ি বাঢ়ি মৰম আৰু বাঢ়ি
প্ৰেম হৈয়ে গ'ল
প্ৰেম হৈয়ে গ'ল

#Prem_hoie_gol
#deepshikha_bora
#Rex_Boro
Рекомендации по теме
Комментарии
Автор

ৰঙালীৰ প্ৰাক ক্ষণত সকলোলৈকে বহুত মৰম। প্ৰথমেই কোন ঠাইৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। মই সকলোৰে comment পঢ়ো বহু হেঁ‌পাহেৰে। আপোনালোকলৈ ৰঙালীৰ উপহাৰ হিচাপে আগবঢ়াই দিলো মৰমৰ গীত 'প্ৰেম হৈয়ে গ'ল'|আগৰ গীতবোৰৰ দৰে এই গীতটিকো গঠনমুলক মন্তব্যৰে ভুল শুদ্ধ বোৰ আঙুলিয়াই দি মোক উৎসাহিত কৰিব বুলি আশাৰে বাট চালো। গীতটি যদি ভাল লাগে share কৰিবলৈ নাপাহৰিব।
মৰমেৰে- দীপশিখা 🙏❤❤🧡🧡

deepshikhaboramusical
Автор

প্ৰতিজন ল'ৰাই যদি বেয়া হ'ল হয় তেন্তে পৃথিৱীত

"দেউতা " শব্দটো নাথাকিল হয় !! 🌻❤️

assamesemusicaxom
Автор

Deepshikha baa apunar gan huni bohut Val lage my praviit Singer ❤

prodip-psrq
Автор

আপোনাৰ প্ৰতিটো গীত বহুত বেছি ভাল লাগে।।।আৰু সদায় ৰাইজৰ বাবে ভাল ভাল গীত উপহাৰ দি যাওঁক তাৰে কামনা কৰোঁ।From Sivasagar ☺️

prasantagogoi
Автор

ধুনীয়া ।আপোনাৰ পৰা লিখনি শিকিম মই। সচাকৈ প্ৰেম হৈ গল।

kamalkishormusicaldrama
Автор

Deepshikha Baa... Moi apunar Premot Pori golu ❤️🥺 Apuni Eman Dhuniya .... Apunak Sokur Xonmukhot dekhi Akebare nijor jen Lagi goisil Love You sooo much Baaa...❤️😚

DimpiRay-jukz
Автор

🔥🔥🔥...rex da music 🔥🔥🔥
..

Dhunia composition ♥️ dhunia gaan...

pranabrangchali
Автор

Ufff ki kom baa Prem hoi gol 🥰😍 dhuniya hoise...Moi Lakhimpur pora koisu💗

dipankardowari
Автор

Great song, great vibe😍..best wishes to the entire team ❤️

sudiptasameeranofficial
Автор

Amazing song😍🤗
Awesome voice 💖💖💖
hoise👌👌👌👌👌

ValpuarThikonaBisari
Автор

জোনাই পৰা চাই আছো, তোমাৰ সকলো গানে ভাল

rhitomsdassam
Автор

Waaaooo Rex da aibar ultimate dile sun lovely😍hit

assamtune
Автор

Gantu xuni Hepah nopolay aru❤️🥰bar karone plz ata like kori diba ❤️❤️love from goal para r pora bohut morom baa❤️❤️❤️☺️🥰❤️❤️❤️

Niharika
Автор

Hay gaantu xuni bohut val lagil
Xuniye thakibo mon jai❤❤❤

ajantaboro
Автор

বা মই তোমাৰ গীতৰ বাবেই অপেক্ষা কৰি থাকো 💝 গীতটো শুনি বহুত বহুত ভাল লাগিল 💕😍🔥❤️😘🥰💝💝💝💝💝

runabora
Автор

প্ৰেম হৈয়ে গল 🤗🤗বহুত ভাল লাগিছে 🥰 ধেমাজিৰ পৰা প্ৰেম

LakhipangingOfficial
Автор

My favourite singer ❤❤ dipshikha baa wait for in our Village 😊

niraladas
Автор

Baa bhut dhuniya.. Ki kom koboloi vakha nii.. Love form Baihata chariali❤

tinamani
Автор

❤❤❤❤❤❤Prem hoiye gol❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

Bidyadhar
Автор

Love from Boko... Nice song Deepshikha Baa ❤❤❤

abinashrabha