UHU UHU RETURNS 3|| SECOND HAND MAAL||AKASH NIBIR||DINESH SONOWAL||NEW SONG 2025

preview_player
Показать описание
UHU UHU RETURNS 3
SECOND HAND MAAL 2025
Singer/Akash Nibir
Female vocal/Kaberi borpatra Gohain
Lyrics &tune/ Dinesh Sonowal
Music/Partha jyoti Baruah
Producer/Sanjay Kumar Chutia
Arrangemet/Rantu Chetia,Naren Gogoi
Flute/Ujjal Konwar
Pepa/Piti Bora
Guiter/Hemanga Gogoi
Mix/Bikrom Chawrok
Cover Design/Zonak Jugantar Bora/Pranabjyoti
Lyrical Video/Pranabjyoti
Spxl thnx/ Krishnamoni Chutia ,joon jonak,Parash joyti Dihingia,Bitupan Sonowal,Anitya,Tridip
Рекомендации по теме
Комментарии
Автор

আপোনালোকৰ মাজলৈ গীতটি আগবঢ়ালো মৰম দিব বুলি আশাৰে বাট চাইৰলো❤❤❤❤❤❤🙏

akashnibirmusical
Автор

জুই গীত🔥 Uhu Uhu Song Lovers Kun kun Asa? Akash Nibir Dak val pua hokole like eta di jaba❤️🔥

Rajstob
Автор

বৰ ধুনীয়া হৈছে দেই গীতটো খুব সুন্দৰ দেই ❤❤🔥🥰🤗👌👍

MonNilim-xmfq
Автор

Super hit ... Jaar situation milibo beya furti pabo..suni bhal lagise

drhridoydas
Автор

আকাশ দাৰ গান বছৰ ত এটা নাহক কিয় লাগিলে যিটো গান আহে সেইটো বছৰ টোৰ কাৰণে হিত 💥💯
Music 100%

basantadasofficial
Автор

মজা লাগিল মাঘ বিহূ উৰুকা ৰাতি ফালি পেলাব ।

Mahendra-rypz
Автор

মজা মজা...এইবাৰ পিকনিক মাঘবিহুত জমিব...তোমাৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়। 🎉 ❤

rahulsvlog
Автор

First time kislux kuch different colors ka LV bag dekha..very elegant....good choice

YohandraPoellnitz
Автор

অতি সুন্দৰ ! গীতটি শুনি আপ্লুত হলো, শ্বেয়াৰ কৰিলোঁ । লগতে আগলৈ ও আশাবাদী হৈ ৰলোঁ 👌❤️

Nezukoxhetia
Автор

মৰাণৰ পৰা মৰম যাঁচিলো দাদা ❤ লগতে আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই আপোনাৰ লগতে আপোনাৰ পৰিয়াল বৰ্গলৈও ❤

ritupondowarah
Автор

SOBORE GHOROT Bojibo aibaar Aitu Gaan❤❤❤❤❤❤❤...

"HIT" buli koisu pura🕺🕺

🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

somirrangogoi
Автор

Gaan 2 moja hoise kin2 khur2 je ake.. Khe2 beya lagise..

Biya patile nohobo..
Uhuu uhuu lagibo..
Khe2 song logot ake...
..
Pise moza hoise..
Abar falibo

NgAllYt
Автор

ককাইদেউ ভোগালী বিহুৰ শুভেচ্ছা থাকিল, গীতটো ultimate dei, আগুৱাই যোৱা শুভেচ্ছা থাকিল, ❤

BharatSaikia-ss
Автор

বহুত ভাল লাগিছে । এইবছৰৰ মঞ্চ সফল সংগীত হ'ব ।

UtchaKamalSonowalSonowal
Автор

ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জনালোঁ। লগতে এইবাৰ 2025 ত চুপাৰহিট হ'ব এই গীতটো। গীতটোৰ লগত জড়িত হৈ থকা সকলো লৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৰে শুনিব দেই এই গীতটো লগতে মৰম আৰু আশীৰ্বাদ দিয়ক মৰমৰ শিল্পী জনক আৰু আগবাঢ়ি যাবলৈ।

ANUJKRCHUTIA
Автор

Dhunia hoise bhaskar daar music t uhu uhu beai vl lage❤

MokelFF-gh
Автор

Super hit song wow wow 👍👌🥰🎶🎼🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

COVERSONG-nupp
join shbcf.ru