Motivation for Nurses at B Barooah Cancer Hospital Dipak Motivator

preview_player
Показать описание

Рекомендации по теме
Комментарии
Автор

দীপক Sir...
আপুনি সচাঁকৈ বহুত ভাল।
আপোনাৰ video বোৰত এটা বেলেগ ধৰণৰ আমেজ লাগে। ধন্যবাদ, , , ।

bipashabaruah
Автор

শুদ্ধ কথা।
"NAME CARE HOSPITAL" ত দেখা পোৱা এজনী নাৰ্চক মই সদায়ে অন্তৰৰ পৰা সেৱা জনাই আহিছো যি জনীয়ে মোৰ মাৰ অপাৰেশ্যনৰ পিছত মাক যতন লৈ থাকোঁতে যেতিয়া মাই হঠাৎ বমি কৰি দিছিল তেতিয়া নাৰ্চজনীয়ে তাইৰ হাতেৰেই বমিখিনি ধৰি লৈ পেলাইছিল আৰু তাইৰ গালত চিতিকি পৰাতো কোনো ঘিন কৰা নাছিল।
আনহাতে উক্ত মেডিকেলখনৰে ডক্তৰ মুক্তিকাম চৌধুৰী ছাৰক ভগৱানৰ দৰে মানিবলগীয়া। ছাৰজনৰ নম্ৰতা, ভদ্ৰতা, , সৎ ব্যবহাৰ, , , , ফোন কৰিলে ৰিচিভ কৰি ধুনীয়াকৈ কথা কোৱা, , , , ভালদৰে সিকিৎসা কৰি সুপৰামৰ্শ আগবঢ়োৱা.... বহুত 🙏🙏🙏।

ratulsurjoredsun
Автор

Dipak Da Aponar program sai bohut Kiba kibi hikha jai...i am from Dhubri.... .

nazimali
Автор

অসমৰ চৰকাৰী চিকিৎসালয়ৰ কিছুমান নাৰ্ছ ডাক্তৰ ৰ ব্যৱহাৰ বৰ হতাশা জনক।

harenborah
Автор

আপোনাৰ প্ৰতিটো বিষয়ৰ ওপৰত কৰা মন্তব্যই জীৱনমুখী আৰু বাস্তৱ ৰ লগত সংপৃক্ত। আপোনাৰ সুন্দৰ প্ৰকাশভঙ্গী আৰু প্ৰাঞ্জল শব্দপ্ৰয়োগে সকলোৰে মন জয় কৰিব পাৰে।এই বিষয়বোৰ ভালধৰণে সকলোৱে নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰিলে হয়তো, জীৱনটো উদ‌‌‌যাপন কৰিব পাৰিব। আগলৈ ইয়াতকৈ উন্নত মানদণ্ডৰ জীৱনমুখী চিন্তাৰ সাৱলীল বক্তৃতা শুনিব পোৱাৰ আশা থাকিল।

jayashreekashyap
Автор

Dipak dak val poa khokole eyat ata like korok👇

nhentertainment
Автор

Bohut dhunia dada, apunar kothabur xunile xuni thakibo mon jai. Bohut val lagil

basanatakalita
Автор

apuni bohut dhuniya dhuniya kotha koi ..🙏🙏

মনমোৰ-দ২জ
Автор

বহুত সুন্দৰ কথা ক’লে৷এনেবোৰ কথাই মনৰ দুখবোৰ থাকিলেও নিজকে সুখী সুখী লাগে৷

jayamanideka
Автор

Moi ajoni nurse hoi.. video2 sai bhut val lagil... aru bhut support palo video r para

anualbajkhan
Автор

ভাল লাগিল ভিডিঅটো। এবাৰ GMCH ত মই এডমিট হৈ আছিলো তেতিয়া নাৰ্চ এগৰাকী বহুত খঙত থকা যেন লাগিছিল আৰু এদিনটো মোক কৰা ব্যৱহাৰত মই কান্দিয়ে দিছিলো। নাৰ্চ জনীয়ে চাপ্লাইত থকা NS দিয়াৰ পৰিবৰ্তে মোক কিনি আনিব দি আছিল। পিছত যেতিয়া সুধিলো তেতিয়া গ'ম পালো সেই নাৰ্চ জনীৰ একমাৰ ল'ৰা জন্দিচ হৈ GMCH তে ঢুকাইছিল আৰু নিজৰ ল'ৰাৰ বাবে NS কিনিব লগা হৈছিল আৰু সেইবাবেই তাই বেলেগ ৰোগীকো এনেদৰেই চাপ্লাই থকাৰ পিছতো NS কিনাইছিল।

kabitakalita
Автор

সুন্দৰ!! without problms life isn't successs or complet...

monoswinisarmah
Автор

Dada apunar kotha bur huni bhut kotha hikibo parisu... Aru mur bhut vl lage apunar kotha bur huni

papumoniray
Автор

Sir ... apunar kotha blk suni sosake bhut Val lge..Nd jibanr kisu kotha apunar pora

mrinalbarman
Автор

Zubindar pist popular manuh jon Mr. Dipak

bjvlogs
Автор

আজি অকন মান বেলেগ ঠাইত দেখিলো ছাৰ, ভাল লাগিল।বিভিন্ন ধৰণৰ মানুহক এনেকৈ নজনা বা তেওঁলোকে কৰিব লগা কাম বোৰ কৰাৰ আপুনি উৎসাহ দি যাওক আপোনাৰ কথাৰে।পৰিবৰ্তন আহিব সকলোৰে মাজত মই বিশ্বাস কৰো।

ankurgoswami
Автор

Vl lagil apunar kothabur...vl kotha koise apuni...agorki naurs ba doctoror sporkhoi karubar jibon jiyai tulib pare

tulikagogoi
Автор

Apunar ai videotu sai jate kisuman doc nurs a ankuwa kore take axa korisu

raahilassam
Автор

sir aponar sakalo video sao bhut vl lge ru simple katha t bujai dia babe bhut bsi vl lge😍

movingforward
Автор

আপোনাৰ ভিডিও চাই ভাল লাগিল অসমীয়া হিচাপে ভাল লাগিল অসমীয়া প্রথম speaker হয়

dhrubajyotisharma