Bisaru Jei Moi || SIMANTA SHEKHAR || Official song || new song

preview_player
Показать описание
Lyrics & composition- Anup Barua
music — Poran Borkotoky ( Juju)
Mixing & mastering by - Ibson Lal Barua
Рекомендации по теме
Комментарии
Автор

This song is dedicated to those who have just fallen in love with someone and can’t express the feelings . Just send this link to your loved one and make him/her listen . ❤

Statutory advice - please use headphones to get the real sound effect .

SimantaShekhar
Автор

আপুনি ৰাজনীতিত সোমাই নিজকে বৰবাদ কৰি আছে। ভাল ভাল গান বনাওক। আপোনাৰ কন্ঠতো বহুত ধুনীয়া। ৰাজনীতি বাদ দিয়ক। আপোনাৰ আগৰ ভাল ভাল গানবোৰ আজিও শুনো আমি। এই গানটোৱে হৃদয় চুই গৈছে ❤️

hirokjyotibhuyan
Автор

আপোনাৰ আগৰ গানবোৰ শুণিয়েই প্ৰতি ৰাতি পাৰ হয়, ইমান আবেগ ঢালি গোৱা আছে 🙂💙 বহুদিনৰ মূৰত আগৰ সীমান্ত দাক, সেই সুৰক বিচাৰি পাই বৰ সন্তুষ্টি পালো 😘💜

mr.bairagi
Автор

সঁচা কথা কবলৈ গলে জুবিনদাৰ পাছতে প্রিয় শিল্পী আছিল আপুনি। যোৰহাটত এবাৰ আপোনাৰ প্ৰগ্ৰেম চাবলৈ ৮ কিঃমিঃ খোজ কাঢ়ি গৈছিলোঁ।
সেই সীমান্ত দা আজি
"দাদা তই কোনফালে হেৰোৱালি বাট হেৰুৱালি অস্তিত্ব"

bastavpatar
Автор

তাহানিৰ সীমান্ত দাক আকৌ বিচাৰি পালোঁ 🥰 সদায়ে এনেদৰে আপোনাৰ গীত শুনি থাকিব বিচাৰো 🙏🙏love you bro🥰

bijubijoychetriofficial
Автор

মোৰ ধাৰণাত এনে কণ্ঠত এনেদৰে গান গোৱা আৰু দ্বিতীয় জন নোলাব অসমত❤️❤️ এনে গান বোৰ শুনিলে গভীৰতাৰ পৰা গভীৰতালৈ সোমাই যাও ❤️❤️

prodipgogoi
Автор

"প্ৰথম বৰষুণ", " বহু ৰাতি শুব পৰা নাই", "মোৰ বাবে" সেই দিনবোৰলৈ মনত পৰি গৈছে। বহু দিনৰ আগলৈ যেন ঘূৰি গৈছো এনেকুৱা 𝙛𝙚𝙚𝙡 হৈছে। 🍂🍂

আমি এইজন সীমান্ত শেখৰক বিচাৰোঁ ❤

jayashreehazarikaofficial
Автор

কলিজা কঁপাই কৈছে অ গীত টোৱে মোৰ প্ৰিয়জন সদায় সীমান্ত দা🥰😘

bharatpjbhuyan
Автор

অনুপ দা আপুনি ইমান ধুনীয়া কৈ লিখিব শব্দবোৰ বিচাৰি কত পাই প্ৰতিটো শব্দই হৃদয় চুই গৈছে বুজাব নোৱাৰোঁ যে কিদৰে বুজাম শব্দহীন এবাৰ শুনা ৰ পাছত। আৰু সীমান্ত দা ৰ কণ্ঠ ত উফ্ স্পিচলেচ।

সদাই কামনা কৰোঁ আপোনা লোক কুশলে থাকক ভগবানৰ ওচৰত পাৰ্থনা জনালোঁ।

bishnunath.
Автор

ৰাজনীতিৰ গোন্ধ থকা মাতটো শুনিবলৈ বেয়া লাগিছিল কিন্তু আজি আগৰ মাত টো ঘূৰি আহিছে....ঘূৰি আহক এই সুৰৰ সৈতে..গানৰ জগত খনত আপোনাৰ প্ৰয়োজন আছে...please come back

dibyahazarika
Автор

আপোনাৰ এই সুন্দৰ কণ্ঠত মোৰ দেহত থকা প্রতি দাল শিৰাই খাৰ পাই উঠে । মোৰ আপোনাৰ গীতবোৰ খুবেই প্রিয়।

ExplorewithSamir
Автор

বহুত ভাল পাও ঔ তাইক। হৃদয় খুলি কোৱাৰ সাহস কন আজিলৈকে গোটাব পৰা নাই। দুটা বছৰ কেৱল তাইৰ মৰমলগা মুখখন চাই থাকোতেই পাৰ হৈ গ'ল গমেই নাপালো। আৰু মাত্ৰ এটা বছৰ আছে, ভাবি পোৱা নাই কি কৰো। ভয় লাগে কিজানি মোৰ কথাত তাই খং কৰে। তাই খঙাল মুখখন মই কোনোপ্ৰকাৰে চাব নোৱাৰো। মই নিবিচাৰো মোৰ কথাৰ বাবে তাইৰ মিচিকিয়াই থকা মুখখন মৰহি যাওক। কিন্তু মোৰ তাইৰ প্ৰতি থকা ভাবনাবোৰৰ কি হব?

abhoyborah
Автор

আপোনাৰ এইটো গানে যেন হৃদয় চুই গৈছে প্ৰত্যেক ৰাতিপুৱাই মই এই গানটো শুনো 😌💗😊 এনেকুৱা আৰু নতুন নতুন গান আমাক আগবঢ়াই যাওক 💓 tq u simanta daa❣️

Gitasree
Автор

অন্তৰ আত্মাৰ পৰা ভালপোৱা প্ৰিয়জন😍
হৃদয় চুই গৈছে গানটোৱে🥰😘
আকৌ আগৰ সীমান্ত দা হৈ আমাৰ মাজলৈ ঘূৰি আহক ৰাজনীতি ত্যাগ কৰি😍😘

palashbhuyan
Автор

আপোনাৰ গানে তেজৰ প্ৰতিটো শিৰত বৈ গৈছে 🥺💝 হেৰাই যোৱা জনক বিচাৰি পাওঁ আপোনাৰ গানত🥺❤️ আপোনাৰ গানেই একমাত্ৰ সাৰথি মোৰ

risharisha
Автор

বুকুখনত ধুমুহা হৈ যায়, আজিলে ৫০ বাৰ শুনিলো

bishwajitkalita
Автор

After "Loi jua ekebare" now this song will be a hit too. Perfect combination of Anup Baruah's lyrics, composition and Simanta shekar's voice. 👌👌🤩 Always proud of you Biju ma..🎊🎊

satabdipachani
Автор

We don't want to miss this magical romantic voice. Plz come back to music industry. Simanta Daa.❤❤

aruprajofficial
Автор

পখিলা, অপ্সৰাৰ সময়ৰ সীমান্ত দা জনক আকৌ "বিচাৰো যে মই" ৰ মাজত বিচাৰি পোৱা যেন লাগিল💫

Sanjib_Creation
Автор

আপোনাৰ প্ৰথম এলবাম উৰুঙা উৰুঙা মন টো লৈ মনত পৰিলে দাদা আপুনি গান গায় থাকিব আপোনাৰ গান ভাল লাগে ❤️❤️❤️

rajeshcharo