PANJAN By Kussum Kailash & Surendra Lohar || New Adivasi Song 2019

preview_player
Показать описание
Kussum Kailash World Presents

Song : Panjan
Singer : Kussum Kailash & Surendra Lohar
Music : Jagat Maahish
Mix/Mastered : Ibson Lal Boruah

Team of Moran
Director : Soumar Baba
Camera : Pankaj Das
Make up : Seema Soumar
Location : Studio Fusion (Moran)

Video Team of Guwahati
Art Director : Montu Gohain
Production Manager : Dipan Baruah
Assist Directors : Bhaskar Dutta & EMI

Video Team of Guwahati
Director : Deepak Dey
Editor : Ashim Sarmah
Cinematographer : Bitul Das

Special thanks
Sourav Handique
Bikashita Gogoi
Rupjit Kalita
Bharat Saikia
Ujjwal Aarong

Special thanks
Ujjwal konwar
Bikash Gogoi
Bonjit
Deepjyoti
Nikhil
Simanta
Kishore Meena

#Panjan
#Kussum_Kailash
#Surendra_Lohar
Рекомендации по теме
Комментарии
Автор

সুন্দৰ গান কুসুম দা আশা কৰো আগলৈ এনেকোৱা সুন্দৰ সুন্দৰ গান শুনিবলৈ পাম ❤🔥🔥🔥

jitenkeot
Автор

ৱাহ ৱাহ ককাই কি শুৰ দিছে।সঁচাকৈ ৰাতিপুৱাৰ পৰা 200 বাৰ উপৰত শুনিছোঁ।বহুত ভাল লাগিল ককাই গানটো শুনি। বোলবুল কেঞ্চিৰ চিনেমাৰ গান টো বহুত বাৰ শুনিলোঁ।আগুৱাই যাওঁক আগুৱাই যাওঁক ককাই।😍😍😍😍😍😍😍

lakhigs
Автор

সচাকৈ বহুত সুন্দৰ ও শ্ৰোতাই বিচৰা ধৰণে গানৰ লগতে মিউজিক অতি সুন্দৰকৈ সছোৱা হৈছে, , , আমি আশা কৰো এনে ধৰণৰ আৰু পাম, ,,, বিশেষ ভাৱে লোহাৰ দাক ও কুশূম দাক ধন্যবাদ আমালৈ ইমান ধুনীয়া ঝুমুৰ সুৰীয়া গীত আগবঢ়াই দিয়া বাবে, , , , All the best....jhakash...

sanmonalom
Автор

মৰাণ বাসী হিচাপে গৌৰৱ অনুভৱ কৰোঁ ।
Love you Kussum daa

mhandique
Автор

চলিয়া চলিয়া ম’ৰে দিল, , , ভাল লাগিল এটা নতুন সুৰ, মিউজিক শুনিবলৈ পায়

royalfflegend
Автор

সুন্দৰ গান। কুসুম দাৰ বাবে এটা tip চহী।

sanjibbhuyan
Автор

Kussum da apuni best ❤.gantu hunile dil jhum jhum kore

AbinashDas-gh
Автор

*wao Kusum daa. 🔥 🔥 unlimited Kusum daak Val puwa hokole like ata Mari dibo*

m.kmajuli
Автор

Xuwar agt earphone loi kussum dar panjan xunu mojja tuponi ahi jai love u kussum da

babufarming
Автор

আকলুৱা প্ৰেমৰ অনুভৱী সুৰীয়া প্ৰকাশ।এটা সুন্দৰ গান উপহাৰ দিয়াৰ বাবে কুসুম কৈলাশলৈ ধন্যবাদ।

dharmakt.hazarika
Автор

Khub sundor laglek kk da ...❤love from udalguri ( majuli tea estate )

bipultanti
Автор

অসম বাৰ্ষিকী ৰাইজৰ আশাী'বাদ সদায় থাকিবৰ কুসুম দা আপোনি আগুৱাই জক, 💜💜💜💜💜

chandanbaruahvulag
Автор

সুৰেন্দৰ দাই প্ৰথম গান গাইছে দেই মজা হৈছে কিন্ত👍👍👍☺☺☺ | কুসম দা গানটো কিন্তু Zhakkash হৈছে 👍👍👍| মজা লাগিছে মজ্জা 😍😍😍💖কুসুম দা আৰু সুৰেন্দৰ দাৰ বাবে
সকলোৱে এটা এটা তলত Like কৰক |

dadulborah
Автор

বহুত বহুত সুবকামনা জনালু। ধ্যন্দবাদ❤❤❤❤❤NICE THIS SONG

RohitRajuwar-rr
Автор

No1 adivasi song 2019.জেটনা বাৰ চুনলেও মন নাই ভৰে ৷

swaminath
Автор

সুন্দৰ হৈছে কুসুম দা ৷ এই শাৰদীয় দূৰ্গা পূজাত আশা কৰিছিলোঁ আপোনাৰ নতুন কিবা শুনাৰ ! সছাকৈয়ে বহুত ভাল লাগিছে ৷

khelbarta
Автор

Kune kune kussum dak vl pua eta eta like kori dia😌🎉🎉🎉🎉❤️❤️❤️🔥🤩😘😋

bindazz
Автор

Kusum koilash da song 2 Dhuniya lagile dei ..May God bless you...

bishnugarh
Автор

অতি শীতল সুৰ, শুনিবলৈ অতি মধুৰ গীত, সুন্দৰ হৈছে কুসুম দা আশা কৰোঁ আৰু ধুনীয়া ধুনীয়া গীতৰ উপহাৰ দিব বুলি

sahil
Автор

কুসুম দা ধুনীয়া লাগিল গানটো শুনি কথা আৰু সুৰে অন্ত চুই গল কুসুম দা আৰু দীপক দা বাবে লাইক কৰা

porichoimusicandtravel