Adhorua Xobdo I Bhaskar Opswel I Sameer Shekhar I Raj Dutta

preview_player
Показать описание
Adhorua Xobdo

Singer : Bhaskar Opswel
Lyrics/tune : Sameer Shekhar
Music : Bhaskar Opswel
Additonal vocal : Mayuri Gogoi

Video direction : Raj Dutta
Assist. Pallav Biswash
Cinematography : Rahul borah,Manash & Anurag Mahanta( Rayols Raw films)
Editing : Rahul Borah
Additional editor : Nilutpal Xobdo
Concept : Rahul borah ( Rayols Raw films)
Cast : Bhaskar Borpatra Gohain,Pankhi Neog,Pallav,Angshuman,Rabin,Bituraj
MUA : Mayuri Gogoi , Pooja Dutta, Bipanchi
Production manager : Shyamal Gogoi

Special Thanks
Tushti,Apurba Choudhary,Bikash Rabha,Tiku Boro,Darshan Kiling,Naba Neel,Majuli,Ankit,Rupjyoti,Rangmon Gogoi

#bhaskar_opswel
#new_melody_song
Рекомендации по теме
Комментарии
Автор

Hey thank you so much everyone for your love and support.
Love you all ❤️❤️❤️

BHASKAROPSWEL
Автор

মাতত কি আছে নাজানো তোমাৰ।
অসমীয়া গানৰ প্ৰতি আগ্ৰহী নোহোৱা সকলো তোমাৰ মাতৰ প্ৰেমত পৰি গীত শুনিবলৈ লব।
সান্নিধ্য, শংকুৰাজ, ভাস্কৰ।
তিনিওজন বৰ্তমান সংগীত জগতৰ উজ্জল নক্ষত্ৰ।

prantikdas
Автор

ভাষা নাই... অতি ধুনীয়া.... কিমান দিন যে ৰিপিট হৈ বাজি থাকিব মিউজিক প্লেয়াৰত...❤️

asishsarma
Автор

কিমানবাৰ যে শুনিলো তথাপি হেপাহ নপলায়😢উফ্ অন্তৰ চুই যোৱা সুৰ😍

kiddlynikha
Автор

99% মানুহৰে love story আধৰুৱা হয় থাকে!! 💔💔💔

DadumoniDas
Автор

তোমাক পাই গলে হয়তো এনেকুৱা এটা গান শুনা নহলহেতেন ।। স্মৃতি হিচাপে কমেণ্ট এটা ৰাখি গলো ।। কেতিয়াবা কোনোবাই লাইক দিলে হৈতো নতিফিকেশন পাই আকৌ শুনিব আহিম

enter
Автор

♥️♥️ ভাস্কৰ দালৈ তিনিচুকীয়াৰ পৰা বহু বহু মৰম যাচিলো।। ইমান মিঠা মাত তোমাৰ 🥺🎶🎵♥️❣️❤️।।

udaylofai
Автор

“আধৰুৱা শব্দ মোৰ
কবিতাতে লীন হৈ,
কাষৰতে ৰৈও আজি
অচিনাকী তুমি মই।”💔
These lines are emotions of every one sided lovers🙇😌😌

ajaymalo
Автор

তোমাৰ কণ্ঠই সকলোৰে মন মোহি অতি সুন্দৰ হৈছে।❤️❤️

dibyajyotiphukan
Автор

সঁচাকৈয়ে তোমাৰ voice টো🔥🔥আমনি নালাগে শুনি শুনি 😍😍😍

bidyutgogoiassam
Автор

তোমাৰ কন্ঠত কি যাদু আছে নাজানো😍! তোমাৰ গীত শুনিলে প্ৰতিবাৰে তোমাৰ প্রেমত পৰো.... ❤❤❤❤

rashmitabaglari
Автор

ব্যতিক্রমী কনচেপ্ট❤️
ভাস্কৰৰ সুৱলা কণ্ঠ🌼
সুন্দৰ অভিনয় 🌹
অৱশেষত ভাল লাগিল অংশুমান কলিতাৰ ভয়ানক ৰুপ 🔥

brandedheart
Автор

অনুভৱ খিনি প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ...❣️
খুব ধুনীয়া হৈছে...
ভাল লাগিল 💜

Lakhya_Prajil
Автор

মন্তব্যৰ বহু ওপৰত...অসমীয়া সংগীত জগতৰ ভবিষ্যৎ....❤🥰

sudarshanbiswas
Автор

গান টোত যে মনৰ অনুভূতি বোৰ সোমাই আছে । বাৰে বাৰে শুনি ও হেপাহ নপলাই। সঁচাই ভাস্কৰ দা ৰ গান বোৰত কিবা এটা অনুভূতি লুকাই থাকে । love you Bhaskar

sintuborah
Автор

Love u bhaskar da emn dari wiat kori plu ru aita bhaskar dar babe ata like

uniquecreation
Автор

জুবিন দা, মানস ৰবীন দা আৰু পাপন দাৰ বাহিৰে বেলেগৰ অসমীয়া গান বুলি ক'লে কিবা লাগে,
কিন্তু তোমালোকে অসমীয়া গানক বহু উন্নতি কৰিছা💝✨

bhaiti
Автор

মনৰ প্ৰতিটো ভাৱে প্ৰাণ পায় উঠে, তোমাৰ গীতৰ শব্দত❤

biplobborah
Автор

Unique concept
Eman dhuniya xur, music, acting, story, everything is so perfect, calm music

Listening to this on repeat 🥺🥺🥺🥰

sweetysaikia
Автор

আপোনাৰ কণ্ঠত প্ৰতিটো গীত জীপাল হৈ পৰে ৷ এইয়া যেন ফাগুন সৰা গধূলি❤️ সৰাপাতৰ বুকুত সেউজীয়াৰ ধেমালি৷ আগুৱাই যাঁওক

minakshiscreations