Tu Nahi | Victor Das | ALIVE INDIA

preview_player
Показать описание
"Tu Nahi" 🎶 A soul-stirring tribute to the eternal bond between a father and child. 💔❤️

This heartfelt melody, recorded at Alive India Studio, captures the emotions of love, loss, and cherished memories. A song that will move your soul and leave you teary-eyed. 🕊️✨

Watch now and experience the emotion.

#TuNahi #TributeToDad #AliveIndiaMusic #EmotionalJourney #HeartfeltMelody #ForeverInOurHearts #aliveindia #Victor #VictorDas #thejobfactory

Youtube Music:

JioSaavn:

Amazon Music:

iTunes:

Apple Music:

Instagram:

------------------------------------------------------------------------------------------------------------------------------------------------------------------

Audio Credits :-
Singer - Victor Das
Composer - Bishwajeet Chauhan
Lyricist - Ruturaj Kutte
Assamese Rap - Jeet Kashyap
Music Producer - Srj Sooraj
Bassist - Anirban Tukka Chakraborty
Backing Vocals - Bishwajeet Chauhan and Vineet Sharma
Recorded, Mixed and Mastered by Kanishk Saha at Alive 1 Studio.

Video Credits:-
Singer - Victor Das
Keys - Vineet Sharma
Bass - Srj Sooraj
Drums - Bishwajeet Chauhan
Video Shot - Akash Anand and Ayanaav Ghosh
Director and Editor - Ruturaj Kutte

------------------------------------------------------------------------------------------------------------------------------------------------------------------
Рекомендации по теме
Комментарии
Автор

দেউতা!!! উফঃ হৃদয় ঢুই যোৱা এটি শব্দ। হেৰোৱা জনেহে ভালদৰে বুজিব।

UtpalKalita-in
Автор

ভিক্টৰ, গানটোৱে আমাৰ হৃদয়ৰ গভীৰলৈ চুই গৈছে । তুমি ইচ্ছা কৰিলে বহু খিনি দি যাব পাৰিবা । অনুগ্ৰহ কৰি, সুস্থিৰ ভাৱে আগুৱাই যোৱা ।

bidyutchoudhury
Автор

অসমৰ কিছুমান ফকটীয়া গায়ক ত কৈ বহুত ওপৰত হৈছে ❤❤❤❤

debajitdeka
Автор

Victor da এইয়া গান নহয় যেন হৃদয়ত সুপ্ত অৱস্থাত থকা ক্ষোভ আৰু প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে উদ্গীৰণ হোৱা জ্বালামুখী। কি অৰ্থ, কি আবেগ, কি প্ৰাণ, কি কণ্ঠ আপোনাৰ! Head's of 😢

dwipendeka
Автор

দেউতা থাকিও গানৰ কথা খিনি শুনি চকুপানী ওলাই গৈছে❤
যাৰ যাৰ দেউতাক নাই তেনেহলে সেই সকলে গানৰ কথাবোৰ কিদৰে অনুভৱ কৰিব😢
সকলোকে ভালে কুশলে ৰাখক ……ভিক্টৰ দা আকৌ ধুনীয়া গান এটা পাম বুলি আশা কৰিলো ❤
" মা ৰ কাৰনে এটা গান গাব লাগে"

asishtahil
Автор

এই জন ভিকতৰ ক মই বিচাৰো।
Totally different and unexpected.

kasusaikia
Автор

গানতো শুনি থাকোতে কোনোবা এটা সময়ত গাৰ নোম সিয়ৰি উঠিল। ভাল লাগিল সঁচাকৈ❤

sujaldas
Автор

দেউতাই ১৯৯৭ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা আমাক চিৰদিনৰ বাবে এৰি থৈ গৈছিল। Miss you Papa 🙏
ভিক্টৰ
Wishing you all the best along each step of your journey. Go after your dreams 👍

PankajSarma
Автор

Victor দাক কোনে কোনে ভাল পায় এটা Like দি যোৱা! ❤❤❤

BikramDewri-pjik
Автор

African bhaluk r pora ❤
Love you Victor da ❤😢

gojalicreation
Автор

'Papa' is emotion 🥲 I literally couldn't hold my eyes to weep... Victor Da ki bonai dila tumi eitu...uffff... speechless 🙏🏻

WasimAkram
Автор

সচা কথা, , ' ভিক্তৰ ভাইজান, পাপা নাথাকিলে জীবনতোৱে আধৰুৱা ।আজিৰ পৰা ৮ বছৰ আগত পাপাক হেৰুৱাই অকলসৰীয়া জীবনতোত বহুত ঘাত প্ৰতিঘাতৰ মাজত জীবনতোঅতিবাহিত কৰি আছো ।

mozamilhoque
Автор

গাৰ নোম সিয়ৰি উঠিল মোৰ দেউতা একৰাতিৰ বাবে বাহিৰত আছিল যিটো ফিল পাই ঘৰৰ মূৰব্বী নহলে I Feel Victor song gone a popular so Much🎉

KkMm-lo
Автор

"Naa dekha tujhe barson se
Main soyan nahii arson se "
Goosebumps cnfrmed !!❤

bhargabdas_
Автор

প্ৰতিটো lyrics ত কিবা এটা বিশেষ আন্তৰিকতা আছে, বহুত ভাল লাগিল ভিক্টৰ ছাৰ ।
অসমৰ এক পুৰুষৰ সেনা ৰজা ভিক্টৰ দাস সাহস আৰু শক্তিৰ জীয়া প্ৰতীক। তেওঁৰ অদম্য কৰ্ম আৰু অদম্য মনোভাৱে সমগ্ৰ অঞ্চলটোৰ অগণন লোকক অনুপ্ৰাণিত কৰি আহিছে। এজন প্ৰকৃত যোদ্ধা, তেওঁ নিজৰ মানুহৰ গৌৰৱ আৰু আশাক মূৰ্ত কৰি তুলিছে। তুমি মোৰ সাহস আৰু প্ৰেৰণা। তুমি মোৰ প্ৰিয় আৰু মোৰ সদায় প্ৰিয় হৈ থাকিবা। মই প্ৰাৰ্থনা কৰোঁ যাতে ভগৱানে আপোনাক আৰু আপোনাৰ মাক সদায় ভালকৈ ৰাখক ।

MontuTimes
Автор

প্ৰতিটো lyrics ত কিবা এটা বিশেষ আন্তৰিকতা আছে, বহুত ভাল লাগিল ভিক্টৰ দা।।।

ChirangSutradhar-hbis
Автор

2:17 এপাত শেল বুকুৰ মাজত সোমাই যোৱাৰ আগ মুহূৰ্তত । উফফ কি দৰদ লুকাই আছে শাৰী কেইটাত । ভিক্টৰ তোমাক নমন ।❤

NathHimangshu
Автор

Victor Das Is Brand❣️ Love You Victor Da🫶 Go Ahead And Stay Happy Always😊

KBMVlogsM
Автор

A father is someone who wants to catch you when you fall. Instead he picks you up, brushes you off and lets you try again....love to him than life....love u deota

himangshunath
Автор

Victor da🎉 আপোনাৰ এই গীতটিয়ে মোক যথেষ্ট আবেগিক কৰি তুলিছে ৷ 😢 কাৰণ মোৰ দেউতা আজি আমাৰ মাজৰ পৰা নোহোৱা প্রায় তিনিবছৰ হ'ল🥺 গীতটো শুনি বহুত মনত পৰিছে আজি দেউতালৈ 🥺😖 দেউতা আপুনি যতে আছে ভালে থাকক🙏🏻 আপোনাৰ অনুপস্থিতিত বৰ্তমান জীয়াই থকা বহুতেই বেছি কষ্টকৰ হৈছে😭😭 Love U So Much Deuta 🙏🏻😑💗💗💗 And Really very Miss u to 😶
🙏🏻
🥺
Victor da আপোনালৈও বহুত বহুত বেছি মৰম কিয়নো নিজৰ পিতৃৰ প্রতি অগাধ প্রেম, ভক্তি, শ্রদ্ধা, বিশ্বাস থকা দেখি বহুত বেছি ভাল লাগিল ❤️🙏🏻 ভালে থাকক আপুনি🙌🙌

SasangkaSaikia
welcome to shbcf.ru