Juddha | Pran Deep | Sunit Gogoi | Bijoy Sankar | Rintu Choudhury | Assamese New Song 2024

preview_player
Показать описание
Contact for Live Shows : 9707891293

♪♪ Stream and Download ♪♪
----------------------------------------------------------------

*Singer*
Pran Deep Hazarika
Ft. Ridipta Sharma
Lyrics : Sunit Gogoi
Composition: Pran Deep, (Traditional )
Music: Bijoy Sankar
Mixing: Palash Gogoi
Mastering: Diganta Bordoloi
Dhul,Khul,Taal : Pankaj Bora
Guitar,Lele : Rupam Sharma
Flute : Anjan Medhi
Pepa,Gogona : Pity Borah
BGM : Bijoy Sankar& Subhas Dohutia
Backing Vocals : Bijoy Sankar

Recorded at : Studio Orrange by (Dipankar Baishya/Moon da) , Studio Zero Db, Studio Kirili
Music Label: Prag Music Media

Photography : Akash Saikia
Poster : Parthajit Hira

*VIDEO CREDITS**

Direction/choreography & Editing- Rintu Choudhury
Cast : Tridib Lahon,Sumki Kachari, Nirupam Saikia, Silpisikha Borah
Cinematography- Papu Deka
Colorist : Manash Kashyap, Dhanjit Das
Costume- Diplu Hazarika
Setting- Herok
Assistant director- Rimpy Das & munnaf Ali
Co-Actor :- Bhargav Hazarika,Chandeep Hazarika, Deepjyoti Das, Akash Saikia
Kitchen team - Bhagya Roy
Spot - Sultan & team
Production Manager- Dhan ( Jitu
Kitchen team - Bhagya Roy

[SOCIAL]

**Special Thanks to*

Maa, Deuta, Abhinab Maut,Tanmoy Chekanidhara, Angshuman Borthakur, Sachin Baruah,Biren khaklari, Raagdeep Chetia, Jumon Bora, Meer Deep, Parthajit Hira, Chandeep Hazarika, Chandan Baruah ,Akash Saikia, Utpal Dutta, Rupankar Baruah, Janam Kashyap, Swagat , Monuj Boraik, Arnab Hazarika, Silpa Hazarika,Suvankar Das, Tushar, Kripal Saikia,Ankur Saikia Akshya Pritom, Pranab Jyoti Hazarika

ধন্যবাদ সকলোকে🙏🏼
Рекомендации по теме
Комментарии
Автор

বিগত বছৰকেইটাত আমাৰ গীতবোৰক আপোনালোকে দিয়া মৰম আদৰকেই সাৰথি কৰি এইবাৰ আগবঢ়াই দিলো "যুদ্ধ মৰমৰ" ! এয়া মোৰ জন্মদিনটোত আপোনালোকলৈ বুলি আপোনালোকে দিয়া মৰম আশীৰ্বাদবোৰৰ বিপৰীতে এক সামান্য প্ৰতি-উপহাৰ ! আশাকৰো নিজৰ ভাবি আদৰিব !! 🙏🙏🙏

PRANDEEPMUSICAL
Автор

আগন্তুক ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছাৰ লগতে গীতটিলৈ ও বহুত বহুত মৰম ককাই । ❤️❤️❤️
একড্‌ম জুই হৈছে । 🔥🔥🔥

phagunchetia
Автор

আপোনাৰ কণ্ঠ আৰু music ইমান ধুনীয়া হৈছে কি কম আও 😍
গীতটো মই play কৰোতে মা পাকঘৰৰ পৰা কাম এৰি আহি দুবাৰ মান একেৰাহে শুনিলে 🎉
মায়ে আশীৰ্বাদ দিছে আপোনাৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ❤
LOT'S OF LOVE FROM NAGAON❤

ANKURNATH
Автор

কি কম ককাই....…সঁচাই সাংঘাটিক হৈছে....🔥♥️

gandhigogoimusical
Автор

কাম সময়তে গোটেই অসম হিলাই দিয়া গীত এইটো ❤
শিশুৰ পৰা বৃদ্ধিলৈ সকলোৰে মুখে মুখে কেৱল 'যুদ্ধ'

bjdassam
Автор

যুদ্ধ হʼব মৰমৰে
যুদ্ধ হʼব যৌৱনৰে
যুদ্ধ হʼব তয়া-ময়া
যুদ্ধ হʼব দিয়া লোৱা
❤❤

dibyajyotikolita
Автор

ছয়গাঁওৰ ছোৱালী চুপতি নলবি চেনী পুঠি মাছ 😯❤ ছয়গাঁওৰ পৰা মৰম যাছিলো। ❤️🔥

pagolsoraiZG
Автор

যুদ্ধ হ'ব মৰমৰ, যুদ্ধ হ'ব যৌৱনৰে ....uff line keita💖bhut bar xunilu.🫰

pakhibora
Автор

''যুদ্ধ হব মৰমৰে''সেইকন uff 🎉❤❤❤

aghuniidangkati
Автор

নাচি নাচি আহি নাচনী পখিলা 🥰
হাঁহি হাঁহি খালী বুকুৰে কলিজা ❤️

jayantatalukdar
Автор

Very beautiful voice. And keep up the good work !I love you and wish you all the best from Lakhimpur❤❤❤ 1:45

Musicdirector
Автор

অতি আগ্ৰহেৰে ৰৈ আছিলো গানটোৰ বাবে ।
প্ৰণদ্বীপ দা ১+১=২ প্ৰণদ্বীপ দা🔥
২০২৪ সমগ্ৰ অসমতে যুদ্ধ মৰমৰে ❤ কপি উঠিব।

আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে।❤🎉
🔥👍

Bituchutiaofficial
Автор

" যুদ্ধ হ'ব মৰমৰ, যুদ্ধ হ'ব যৌৱনৰ ❤ কি কম এই দুটা লাইন ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে 😊 আশা কৰো প্ৰাণদিপ দাদা পৰা এনেকুৱা গানৰ আৰু !

nabamidas
Автор

"যুদ্ধ হব মৰমৰ, যুদ্ধ হব যৌৱনৰ" লাইন কেইটা বেষ্ট❤

dristiraniborah
Автор

Sasake zimn sunileo hepah napaly.. bhut val lagile gaan to suni...❤❤❤

DimpalDas-wx
Автор

পাগুৰি মৰা বায়নজন প্ৰাণদ্বীপ দা নহয়নে❤❤

rupamboravlogs
Автор

মজা prandeep দা আগুৱাই যাওক
জয় আই অসম

WhiteFF
Автор

এইবৰ্ষত ভেলাঘৰ হিলাই দিব পৰা এটি জুই এইবাৰ ❤🎉 বৰ আশাৰে ৰৈ আছিলো দে ❤️🔥👌

simantasaikiaofficial
Автор

বহুত ধুনীয়া লাগিলে গীতটো ❤প্ৰাণ দ্বীপ দা আপোনালৈ ❤জন্ম দিনৰ ❤শুভেচ্ছা থাকিল ❤

ujjalvlogs
Автор

যুদ্ধই হিলাব এইবাৰ... this line
যুদ্ধ
হবই যুদ্ধ

Pinkusuccesstips_vlogs.