Luit Poriya | Priyanka Bharali | Official Video

preview_player
Показать описание
AC MULTIMEDIA Label Released "Luit Poriya" Music Video Song

Singer - Priyanka Bharali
Lyrics/Tune - Rekibul
Music - Dipkesh Borgohain

Video Director - Ashim Gogoi
Editor - Moni Rajkonwar
Cinematographer - Bipul Das
Drone - Kushal
Asst. Choreographer - Deep
Make-up - Nanu
Starring - Priyanka Bharali
Production Manager - Prasanta Saloi
Editing Studio Temptation

#Luit_Poriya_Priyanka_Bharali

==========================================
++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++
This songs is also available on ACMultimedia
Saavn, JioMusic,iTunes,Instagram, Facebook,Google Play, YouTubeMusic, Amazon, Pandora,spicytuneapp Deezer,Tidal, Napster(beta), spicytuneApp iHeartRadio(beta), Anghami(beta),KKBox(beta), MediaNet ClaroMúsica and 150+ smaller outlets.

Thanks
Рекомендации по теме
Комментарии
Автор

এই গানটো বৰ ভাল লাগিছে এই গানটোৰ এখন অসমীয়া আধুনিক চিনেমা ইতিহাসত কৰক

khagennath
Автор

wao Priyanka ba mojaa....video and audio....👍👍👍👍👍👍

rajashreenath
Автор

Wow that is the best song ❤❤🌺🌺🌹🌹🌸🌸🇮🇳🇮🇳🇮🇳🇮🇳

nipenchetianipen
Автор

xumodhur kotho priyanka baa a.iyate apunar desh premor poricchoy pabo pari priyanka baaaa.incredible song.keep going on Didi

ashimsarkar
Автор

সচাকৈ বহুত ভাল লাগিল 😊
বহুত ভাল গাইছা প্ৰিয়ংকা বা ।
বৰ্তমান সময়ত এনেকুৱা কথাৰ গানৰ বহুত প্ৰয়োজন । তোমাৰ সংগীতৰ যাত্ৰা আৰু ভাল হওক ।

parthabharali
Автор

ইমান ধুনীয়া গান। আমাৰ অসমৰ ছোৱালী সকলোতে পাকৈত। সকলো কথা বিস্তাৰ কৰি প্ৰিয়ংকা বা কৈ দিলে। অসম দেশৰ দৰে আৰু কতো নাই।।। সচাকে বা।।।। জয় আই অসম 🙏

rajkumarmurah
Автор

বহুত সুন্দৰ, পৰিস্থিতিৰ লগত খাপ খোৱা গান।👌👌👍👍👍

বিকাশফুকন
Автор

Priyanka baa ganti bohut bohut hundor hoise moi hodai hunu . Ganti r likhoni u oti hundor . Thanks to give this song us

geetanjalihajong
Автор

সুন্দৰ কন্ঠৰ এটা গান । তাতোকৈ সুন্দৰ গানৰ ভিতৰৰ কথাবোৰ । মই সংঘৰ, মই সমাজৰ, ই অসমীয়া নহয় এনে মনোভাৱৰ পৰিহাৰ কৰি আমি এক হৈ অসমীয়া বুলি ক'ব পাৰিলেহে আমাৰ জাতি, ভাষা, সংস্কৃতি জীয়াই থাকিব । এটা বিশেষ জাতি, যিয়ে আমাক ''অসমীয়া নহয় সেইজন কছাৰীহে/ মিঞাহে/ বঙালী(আদিবাসী)আছিল..." এনেধৰণে কয় । বৰা, শইকীয়া, হাজৰিকা, কলিতা, বৰুৱা.... হলে কয় '' অসমীয়াই এনে কৰিব নালাগে, লাজ পাইছো '' । এনে কিছুমান মানুহৰ মানসীকতাৰ বাবে আমি প্ৰায়ে অসন্মানবোধ কৰো । অসমীয়া বুলি পৰিচয় দিয়াৰ পাছতো সেই বাবে চাগে কাৰ্বিআংলঙত এচাম জনজাতীয় লোক নিৰ্দয় হৈ উঠিছিল ।

durlovsonowal
Автор

ইমান সুন্দৰ কন্ঠ, কবলৈ ভাষা নাই।।।ভিডিও টো অতি সুন্দৰ হৈছে

জয়আইঅসম-ঠ৭হ
Автор

ইমানেই ধুনীয়া হৈছে যে শুনি থাকিলেও হেঁপাহ নপলায় | প্ৰিয়ংকা বা অকল গানতেই নহয়, নৃত্যতো পাকৈত |💖💖

nayanjyotinath
Автор

বৰ ধুনীয়া হৈছে বা শুনি থাকিলে আমনি নালাগে আপোনাৰ সকলো গান নৃত্য ভাল লাগে ❤️❤️❤️👌

dipokdas
Автор

Guinness book of the world record book world no 1 best song video, my favorite song, Marvelous, awesome, superb, evergreen, superhit, beautiful, excellent, my favorite song, amazing song video

bidyadhardasvlogsgod
Автор

Nice 😄 song 💝 Priyanka baa vl lagise gita ta

birenchandraray
Автор

প্ৰিয়ংকা বা বহুত ভাল লাগিছে অ মোৰ যে ইমান ভাল লাগিছে, ❤️❤️❤️❤️🙋🙋🙋🙋🙋🙋🙋🙋🙋🙋👋👋👋👋👋👋👋👋👋👋👋👋👋👋👋👋👋👋👋👋👋🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

xmlaff
Автор

Wah...প্ৰিয়ংকা বা super duper hit song dei...dhunia lagise apunak

bitupanaxom
Автор

Dislike কৰা কেইটা বাংলাদেশীয়েই হব. অসমীয়া গান শুনাৰ আগতেই কোনে কোনে like কৰে, এটা মৰমলগা 💝💝 like মাৰি জনাওক. 💚❤💖💖💗💗💟

voiceofindia
Автор

Excellent priyanka baa bhut vl hoisa waiting for song

jonjoytigaming
Автор

Priyankabaa mjaa gan... Joi aai akhon🇮🇳🇮🇳 hppy republic Day🇮🇳🇮🇳

nikumonipayeng
Автор

ধুনীয়া হৈছে...
সমসাময়িক সম্বনয়ৰ গান...

khyatisvlog