Praneshwari || Pran Deep || Nilakshi Neog || Sunit Gogoi || Pranoy Dutta || Sachin Baruah || 2025

preview_player
Показать описание
AUDIO CREDITS :

SINGER & COMPOSER :
PRAN DEEP HAZARIKA

FT. NILAKSHI NEOG

LYRICS : SUNIT GOGOI

MUSIC : PRANOY DUTTA

MIXING : PRANOY DUTTA & DIGANTA BORDOLOI

MASTERING : DIGANTA BORDOLOI

Additional Melody Design : Wrisheeraj gogoi
Additional Rythm Programming : Kaayaan
Dhul, Negera : Pankaj Bora
Guitar : Rupam Sharma, Ishanu
Flute : Anjan medhi
Pepa, Group Vocals : Pity Borah
RECORDED BY KOUSTAV SAIKIA, NIKHILESH BORA at KAAUZZY RECORDS

VIDEO CREDITS :

Direction & Choreography : Sachin Baruah
Cast : Nawin Deori,
Introducing : Shibanee Baishya
Cinematographers : Nagen Baishya, Prithviraj Dutta & Bipul Das (mirza)
Editor : Manas Kashyap
Aerial Shots : Riyan Saikia
Make Up : Barbie Khan
Costume (Dream sequence) :
Garima Saikia Garg(Pran Deep's Dress),
Bhaskar Bora (Bhaskar Gallery)
Asst director : Ribrib Das & Mithurani Gogoi
Asst Make Up : Bhanita Barman & Nayana Saikia Photigraphy : Akash Saikia
Poster : Jitul Kumar Nath
Callygraphy : Zonak Yugantar

Record Label & Publisher : PRAN DEEP MUSIC
*‌2025 PD Production. All Rights Reserved.

*Special Thanks to*

Maa, Deuta, Garima Saikia Garg,Silpisikha Borah,Silpa Hazarika,Tanmoy Chekanidhara, Asstick, Akash Saikia, Angshuman Borthakur, Raagdeep Chetia,Chandeep Hazarika, Chandan Baruah, Dipjyoti Das,Akash Saikia, Utpal Dutta, Rupankar Baruah, Jumon Borah,Arun Garg,Janam Kashyap, Swagat, Arnab Hazarika, Suvankar Das, Tushar, Kripal Saikia,Ankur Saikia Akshya Pritom, Pranab Jyoti Hazarika ..

ধন্যবাদ সকলোকে🙏🏼
Рекомендации по теме
Комментарии
Автор

জীৱনটোক ভাল পাওঁ।জীৱনে দিয়া প্ৰতিটো ক্ষণ, প্ৰতিটো সম্পদৰ বাবে কৃতজ্ঞ। কৃতজ্ঞ আপোনালোক প্ৰতিজনে দিয়া মৰম আৰু আন্তৰিকতাবোৰৰ বাবে।২০২৫ বৰ্ষটো প্ৰতিজনৰে ভাল হওঁক। সমস্যা, দুখ, সুখ, সাফল্য এই প্ৰতিটো বস্তু জীৱনৰ অবিচ্ছেদ্য অংগ। এইবোৰৰ মাজতে যে জীয়াই আছে, মাজে মাজে হাঁহিছে, এইয়াই জীৱন। ব্যস্ততা কাৰ নাথাকে? বনৰ পশু-পক্ষীৰ পৰা আকাশ, বতাহ সকলো ব্যস্ত। এইবোৰৰ মাজতে যে শান্তিৰ উশাহ লৈছে, এইয়াই জীৱন। আন্তৰিকতাৰে আকোঁৱালি লওঁক প্ৰতিটো পল। ভালে থাকক সকলো। হাঁহি থাকক।শুভ নৱবৰ্ষ।🎉

"প্ৰাণেশ্বৰী" কেৱল এটা গান নহয়, "প্ৰাণেশ্বৰী" মোৰ হৃদয়ৰ সুকোমল গুণগুণনিবোৰৰ সুৰীয়া প্ৰাণ ! বিগত বছৰকেইটাত আপোনালোকে দিয়া মৰম আৰু আশীৰ্বাদবোৰৰ এক সুৰীয়া প্ৰতিদান ! ইংৰাজী নতুন বছৰৰ প্ৰাকক্ষণত আগৰদৰেই মৰম পাম বুলি আশাৰে আগবঢ়াই দিলো- নিজৰ কৰি ল'ব দেই 🙏🙏

PRANDEEPMUSICAL
Автор

প্ৰাণদীপ দাই প্ৰতি বছৰে বহুত ধুনীয়া গীত অসমবাসী ৰাইজৰ আগত উপহাৰ দিছে।❤❤🥰 Love from Teok

AyanSaikia-tmms
Автор

এইবাৰ যুদ্ধ খন অলপ বেছিয়েই মৰম লগা হৈছে❤ ভেলা ঘৰ হিলি থাকিব এই গানৰ যোৰত

DeeprajBorah-hu
Автор

এনেও ধুনীয়া গানটো তাতে আকৌ নীলাক্ষিৰ সুৰ সোণত সুৱগা চৰিছে ।❤❤😊😊

paragborah
Автор

অ’ হ’... অ’ হ’...❤❤ আপোনাৰ দৰদী কণ্ঠ আৰু শোনিত গগৈৰ সুৱদি সুৰীয়া শব্দ৷ আপোনাৰ অনুৰাগী সকললৈ ইয়াতকৈ আৰু কি লাগিছে সুন্দৰ উপহাৰ!! গীতটিয়ে নিশ্চিতভাৱে সকলোৰে হৃদয় চুই যাব৷ অশেষ ধন্যবাদ আৰু নৱবৰ্ষৰ আন্তৰিক ওলগ জনালো৷

palashjyotibora
Автор

প্ৰাণেশ্বৰী এইবাৰ 2025ত জুই হব জুই 🔥
ধন্যবাদ প্ৰাণদ্বীপ দা ইমান ধুনীয়া গীত এটা উপহাৰ দিয়াৰ বাবে
❤🎉💗🤗

biswajyotiarandhara
Автор

বৰ সুন্দৰ হৈছে দেই প্ৰাণদীপ দা! বহুত বহুত শুভেচ্ছা জনালোঁ।
- প্ৰান্তিকা প্ৰিয়ম

prantikapriyam
Автор

সংগীতৰ বজাৰত দাদা এজন বিখ্যাত সুৰৰ ব্যৱসায়ি শ্ৰোতাসকলে কৃপা কৰি নিজৰ উপৰত ধ্যান দিব, এই বিৰহী কণ্ঠৰ নিচাই হৃদয়ত এক প্রচণ্ড ঝংকাৰৰ সৃষ্টি কৰাৰ আশংকা দেখা গৈছে❤(bihut aibar praneshwari) ❤

ritukalita
Автор

Shribanee baa bahut besi morom❤️val lagile tomak dekhi🤗 agbahri jua aru agoloike💐

beautymaya
Автор

I really appreciate the actor, bhut besi bhal acting korise expressions ❤️

montuborah
Автор

প্ৰিয় গায়ক জনৰ শুনিলে শুনি থাকিবৰ মন যোৱা অন্য এটি গীত ❤🥺💥

BobitaKalita-deyl
Автор

Pran da dhuniya lagixe .... Dhuniya bohut dhuniya ... Love from Bongaigaon❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

PranabMedhi-im
Автор

ভাইটি গোটেই অসম হিলাই দিছে গানটো……🔥🔥🔥🔥🔥

iswardeuri
Автор

প্ৰাণ দীপ দা' বহু অপেক্ষা শেষত finally আজি আমাৰ মাজলৈ (প্ৰাণেশ্বৰী)আহি পালে বহুত আশাৰে ৰৈ আছিলো গীতটি আগবঢ়াই দিয়া বাবে অশেষ ধন্যবাদ' তোমালৈ বুলি নতুন বছৰৰ আন্তৰিক শুভেচ্ছা' অভিনন্দন জ্ঞাপন কৰিলো অনাগত দিনৰ নতুন এক যাত্ৰা আশাৰ ৰেঙনি লৈ নতুন উদ্যমেৰে আৰু ভাল ভাল কাম কৰি যোৱা'' এইবাৰ মাঘৰ বিহুত তোমাৰ গীত বাজিব মুঠতে প্ৰাণ দীপ দা জুই '' জয় আই অসম ''

souravjyotiphukan
Автор

Apuni kintu thaki thaki diye eksut dei..moza hoise ❤❤hilibo🎉

Nboynayanofficial
Автор

kboloi bhakha nai prandeep da ami gaon or manuh..akdom pani aru mati lgt mili goise gaantu..2024..2025 hit song ❤🎉🥰🔥aru joldi joldi 10 milion lage guys.from sivsagar❣️

RaktimHatimuria
Автор

আশা কৰো এইতো গানটো hit হয় যাতে লগতে আৰু গানটো বহু বেছি ধুনিয়া হৈছে❤❤

Sauravr
Автор

❤❤❤❤ নাচিব লগা গান, , আপোনাৰ গানে বিহুটি উঠাই আনে।।

Jiwondoley
Автор

Majaa❤ song laya tu best ❤ aru nase val dee❤❤❤❤❤❤❤

prahladdas
Автор

"প্ৰাণেশ্বৰী" singing and composed by Prandeep Da, There can be no better gift for Magh Bihu and New Year 💝
সকলোলৈকে আগতীয়াকৈ মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 🤗
Love From Nagaon ❤

DipuLahan