Sumi Borah shorts video 😝 || scam 😍 || Uploading time 😅 #sumiborah #viral

preview_player
Показать описание
❤️😝

#trending #sumiborah #assam #scammer #froud #beautifulscamer #trading #viralvideo
#shorts
Рекомендации по теме
Комментарии
Автор

Jiman ji yee hok dance kintu mozza kore tai🔥🔥

MissMerryMakeupExpert
Автор

ভাল নৃত্য কৰিছে, ছোৱালীজনীক কষ্ট পোৱা দেখিলে দুখও লাগে পিছে দুখ কৰিলে নহব কাৰণ যিটো স্কেম কৰিছে সেয়া এক বৃহৎ স্কেম ।
যি হয় হৈ থাকক, ন্যায়ালয়ে যি কৰে কৰক

digantasharma
Автор

Talent asile thike but short cut t বিলাসীতা জীৱন বিচাৰিলে kheito বেয়া কৰিলে, , , আনৰ টকাৰে কেতিয়াও এইবিলাক নহয়, , লাগিলে দুজনক সহায় কৰক, জুবিন দাৰ দৰে ❤

rimadeka
Автор

এই সকলো প্ৰতিভা বোৰ মাটিৰ লগত মিলাই দিলি, নিজৰ স্বভাৱৰ বাবে, চিঃ

surenboruah
Автор

আহা আইদেউ এ আহা নাচি নাচি নাচা আইদেউ এ নাচা ঘুৰি ঘুৰি ৰাইজলৈ জনোৱা সেৱাহে 😡😡😡 চুৰুনি, নিলাজী আচলতে ইহঁত দেখাত যিমানেই ধুনীয়া ভিতৰি সিমানেই ঘুনিয়া সেই কাৰণে ইহঁতৰ টকা বেচি ইহঁতে টকাৰ কাৰনে যি তি কাম কৰিবলৈ লাজ নকৰে ইহঁতৰ কাৰনে টকাই মেইন মান সন্মান চিনি নাপায় ।

tutumanibarman
Автор

New friends❤❤❤❤❤❤very nice video👍👍👍👍👍👍👍

PritiBorolifestylevlog
Автор

এতিয়া হে গম পাইছো একাংশ ধনী মানুহৰ ইমান টকা কিয় 😂সিহঁতৰ টকা যিমান চৰিত্ৰ বেয়া সিমান আকৌ আমাৰ একাংশ জনসাধাৰণৰ কোব কি চাবা বহাগী বিদায় হলে এওঁলোকৰ লগত ফটো মাৰিবলে ঢাপলি মেলে যেন গেলা মাখিত ভুমুৰাই পুক দিয়াৰ দৰে এইবোৰৰ লগত ফটো উঠাতকে বেয়া হৈ থকা ৰাস্তা, স্কুল, গাঁৱৰ নামঘৰৰ লগত চেলফি মাৰিবা তেতিয়াহে অলপ উন্নতি হব

Bhabanikachari
Автор

এই চুমি বনৰি জনিত কৈ😊😊 !! ফ্লৰিণা গগৈ কে মৰম লাগে ভাল লাগে ❤❤

mazhiranjeet
Автор

এতিয়াৰ পৰা এইজনীক সকলোৱে বাট এৰি দিব কিজানি 🤣😡!!

gitanjalideka
Автор

🎉ageee pisee soman so fantastic lagise😅😅😅😅but lossee

madhabdas
Автор

Bo dhunea legesa sume. Borahak. Butful cut le ❤❤😢😢😮😮😅😅😊😊

sumeborah
Автор

Baki ji nohok tai kintu dance moja kore 😍🔥🤌

minmoysaikia
Автор

Bohut dhiya dance kore sumi baa❤ no words her expressions nd her graceful steps, choreography lage etia j problem ot

sweetyborah
Автор

Woww nice song❤ Dance . love from chattisgarh

RukhuDarro-on
Автор

Dhuniya ba 😊❤ News to bht virel hui ase dekhisu but ako ny Amar pora atakaw. Luwa ny Amar pora ako luta ny Ami kele bau beya pam ane ane. 😊Mur favorite asile aru hodaj thakibo 😉👌😘😘

Riyarabha-uu
Автор

ইয়াক আৰু একুতে সুবিধা দিব নালাগে ভাল দিলে ইয়াক 😂😂😂😂

kantheswar
Автор

Bhal lagisa kapour jor sumi baa❤❤❤❤❤❤❤❤

NipenDuarah
join shbcf.ru