MON HIRA DOI By NEEL AKASH || BIHUWAN || Ujjwal Aarong || Bharat Saikia || New Assamese Song 2024

preview_player
Показать описание
Singer : Neel Akash
Music: UJJWAL AARONG
Lyrics: NEEL AKASH
Composition: NEEL AKASH & BHARAT SAIKIA
Mixed and Mastered by IBSON LAL BARUAH.
Guitars: *Bikash Gogoi*
Flute: *Ujjwal Konwar*
Recorded @ Studio Sristi by UJJWAL AARONG
Produced by PRANAB PHUKAN
Design: PULAKESH BARMAN

Photography: Satya D Phukon

Special Thanks to
*Rajiv Sarmah*
and *Studio Fusion* for it’s constant support to *Bihuwan*
Рекомендации по теме
Комментарии
Автор

নৱবৰ্ষৰ প্ৰাকখনত বৰ সুন্দৰ এটি গীত আমালৈ প্ৰেৰণ কৰিলা ককাই। আপোনাৰ লগতে আপোনাৰ লগত সহযোগ কৰা টিমৰ প্ৰতিগৰাকী সদস্যলৈ আন্তৰিক অভিনন্দন লগতে আগতিয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল।❤

Sanjib_sonowal
Автор

মৰমৰ নীল দা আপোনাৰ বিহুৱান এলবামৰ বাবে আজি বহুত দিনৰ পৰা অপেক্ষা কৰি আছো।❤👌
আশা কৰোঁ আন গীতবোৰৰ দৰে এই বছৰৰ আপোনাৰ গীতটো সকলোৱে মৰমেৰে আকোঁৱালি লব।❣️
সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো।🙏💓

zgdebajitborah
Автор

ককাই বহুত অপেক্ষাৰ মূৰত আজি “বিহুৱান" শুনিব পালোঁ। সঁচাকৈ হেঁপাহ পলাই গʼল। একেবাৰে হৃদয় চুই গʼল। বহুত ধুনীয়া হৈছে গানটো। কণ্ঠ, সংগীত, ‌ কথা-সুৰ আদিকে ধৰি সকলোখিনি বস্তু ইমান ধুনীয়া হৈছে, সঁচাই অতুলনীয়। অশেষ শুভকামনা আপোনালৈ ❤️❤️❤️

আপোনালৈ আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ বহুত বহুত বহুত হিয়াভৰা শুভেচ্ছা যাচিলোঁ।
🥰❤️

kiiishor_
Автор

"নীল আকাশ দা, আপোনাৰ ধুনীয়া নতুন অসমীয়া গীতৰ মুক্তিৰ বাবে অভিনন্দন! আপোনাৰ অবিৰত সফলতা কামনা কৰি আৰু ২০২৪ চনত আপোনাৰ সংগীতে অধিক উচ্চতা লাভ কৰক তাৰে কামনাৰে আপোনালৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ!" 🎉❤🫶🏻

DMCollection
Автор

বৰ সুন্দৰ কন্ঠ নীল দা 😍❤️ কামৰূপৰ পৰা মৰম যাছিলো ❤️

pagolsoraiZG
Автор

অৱশেষত বহু অপেক্ষাৰ অন্তত হেঁপাহৰ বিহুৱান খনি আহি পালেহি। বছৰৰ শেষ ক্ষণত আৰু ভোগালীৰ প্ৰাক ক্ষণত এটি সুন্দৰ গীতৰ উপহাৰ। শুভেচ্ছা থাকিল সকলোলৈকে ❤❤

ArijeetGallery
Автор

"বিহুৱান" ৰ এক সুকীয়া স্থান আছে যাৰ কাৰণে গোটেই বছৰ অপেক্ষা কৰা যায়❤️💕

dhunrajsaikiaofficial
Автор

বহু অপেক্ষাৰ অন্তত বিহুৱানৰ গীতটি শুনিলো, , , আগন্তুক ইংৰাজী নৱবৰ্ষৰ আৰু ভোগৰ উৎসৱ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ, , , ,

durlovestatus
Автор

যোৱাবাৰৰ দৰে এইবাৰো আকৌ হিত.... বিহুৱানৰ আকৌ এটি সুন্দৰ গীত ❤🔥❤️...All time favourite Neel Da ❤

bhaskarmahanta
Автор

নীল দাৰ বিহুৱান মানে এক সুকীয়া আমেজ🥰
Lve u Neel da♥️

RituRabha-el
Автор

প্ৰতিবাৰে বছৰৰ শেষত " বিহুৱান " ৰ গান শুনিবলৈ বহুত আশাৰে ৰৈ থাকো ককাইদেউ 🥳❤️❤️ বাকী ' নীল দা '🔥🔥 | মাঘ বিহু হিলিব 😍💥🔥❤️ #Bihuwan2024 🔥

RcRanjan
Автор

বহুত ভাল লাগিল নীল দা বিহু সুৰীয়া গীতটো আপোনাৰ, সকলোলৈ নববৰ্ষৰ আৰু বাপতিসাহোন মাঘৰ বিহুটিৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আগতিয়াকৈ,

jitulkalita
Автор

বিহুৱান সদায় প্ৰিয় ❤ এইবাৰ মাঘৰ বিহু ফালিব দেই ❤🎉
মন হীৰা দৈ ❤🔥🥺

SUBRATDUWARAH
Автор

গীতটি শুনি ভাল লাগিল❤। গীতটি বাবে বহুতো অপেক্ষা কৰি আছিলো। আগন্ত‌ নৱবৰ্ষৰ শুভেচ্ছা থাকিল।

satyanathdeori
Автор

এইবাৰ গীতটো ৱে নতুন বছৰ আৰু মাঘ বিহু হিলাই দিছে। বহুত বহুত শুভেচ্ছা থাকিল। নীল দালৈ। 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

commandolovers.
Автор

নীল আকাশ ❤❤ এইবাৰ ৰ হিট বিহু 👌
আমনি নালাগে পায় 😊 এওঁৰ 🎧গান শুনি 😉👍🙌

Purnima_dumdum
Автор

💞বিহুৱান ৰ প্ৰতিটো গীতেই ধুনীয়া হয়💞
❤বিহুৱান ৰ সমূহ পৰিয়াললৈ❤
💖মাঘ বিহুৰ শুভেচ্ছা জনালো 💖

nibarank
Автор

প্ৰত্যেক বছৰে বিহুৱানে এক অলেখ খলকনি তুলি আহিছে ।
বিহুৱান আগতেও প্ৰিয় আৰু আগলৈও প্ৰিয় হৈ থাকিব ❤️
❤ নীলদালৈ বহুত বহুত মৰম ❤

shirumoniborah
Автор

নীল আকাশ দা বিহুৱানৰ এক সুকীয়া আমেজেই বেলেগ ❤❤❤

BibekaBikash
Автор

আমাৰ সকলোৰে মৰমৰ নীলদাৰ গান সদায় প্ৰিয় ❤, বহুত ভাল লাগিল।

PurabiandRiyanVlogs