Rashlila || EP- 80 | 02-10-2024 ||

preview_player
Показать описание
Рекомендации по теме
Комментарии
Автор

গৌৰী এ ভয় ভয় কৰি কথা বোৰ কয়..ভাল লাগে❤

mamonid.h-fzqz
Автор

Rishi r makor karone bohut morom aru akhirbaad ❤🙏

MonJyoti-ld
Автор

আমাৰ মুনে বৰ ধুনীয়া কৰিছে দেই ভাল লাগিছে।

UshaKataki-yh
Автор

Bohu vl loga hoise sai plz aru vl loga kore thakiba aru miss rakh lila famely babe miss you aru maje maje keo bondho kora khondo keita xekh nokoreba

ainulali
Автор

ইমান যে ভাল লগা হৈছে নহয় অকণমান সময়ো এনে এৰি দিব মন যোৱা নাই ছিৰিয়েলখন, ep 80 মানৰ পৰাহে চোৱা আৰম্ভ কৰিছিলোঁ ছিৰিয়েল খনৰ ভিতৰত ইমানেই সোমাই পৰিলোঁ যে প্ৰথম খণ্ডৰ পৰা চাইছো আকʼ বহুত বেছি মৰম যাচিলো সকলোৱে ইমান ধুনীয়া কৰিছে ইমান ধুনীয়া কৈ সোমাই পৰিছে, অভিনয় যে কৰি আছে অকনোয়ে তেনেকুৱা লগা নাই, গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়াকৈ ফুটাই তুলিছে চোৱা সকলে নিজকে খাপ খুৱাই ল'ব পাৰিছে ৰেঙনিৰ ৰাধিকা, ৰাধা, আৰু আকৌ এখন ভাল ছিৰিয়েল ৰাসলীলা আমাৰ মাজলৈ উপহাৰ দিলে ।

ParinitaHazarika-qtvw
Автор

Cooker tu 2jon manuhr krne besi xoru hol nki😂😂😂😂

mamondas
Автор

Shapakhati pora Sai asu bhut Val lagy mur

Rongmon-mrmn
Автор

𝙏𝙤𝙝𝙤𝙩𝙞 𝙥𝙧𝙚𝙢 𝙠𝙧𝙞 𝙖𝙨𝙤 𝙚𝙛𝙖𝙡𝙚 𝙢𝙖𝙨 𝙙𝙚𝙧𝙞 𝙜𝙤𝙡 𝙤 😂😂😂😂

JyotikaBorah-scbx
Автор

Degree pass Kori kaam nai Rishi... Tatke pprha baad d 4th grade r sakorir babe prepare howa... Degree pass Mane interview o taaf... 😂😂😂

kankankalitachhaygaon
Автор

টিভি দিয়ে এটা খন্দ আৰু ইয়াত এটা। আজি টিভিত দিছিল যে গৌৰীক লৰা এজনে দিগদাৰ দিয়ে কিন্তু ইয়াত বেলেগ যে

priyankusaikia
Автор

Porohir pora ake episode ke dekhai ase

JayantaBora-wfej