BEYA NAPABI DEI | @PrastutiPorasor |Awahan Theatre 2024-25| Neel Akash | Papori Gogoi| Sumi Borah

preview_player
Показать описание
Presenting the captivating musical journey of Awahan Theatre's 2024-25 session with "BEYA NAPABI DEI", a soothing melody by Neel Akash and Papori Gogoi.
Brace yourself with the musical emotions.

✨🎶Audio Credits🎶✨
🎵Song name: বেয়া নাপাবি দেই
🎧Music Composer : Ajay Phukon
📝Lyricists : Abhijit Bhattacharya & Ajay Phukon
🎶Music Arranger : Palash Gogoi
🎤Singer: Neel Akash and Papori Gogoi

✨Video credits✨
🎥Video direction: Sumi Borah
Associate Director : Bhaskar Dutta
📹Cinematographer: Bitul Das
Editing & CG - Manas Kashyap (Cinedreams)
Additional Cinematography - Bipul DAs
🌟Starring : Prastuti Porasor, Jeffy Bakshi
👗Costume : Rani Dutta Baruah, Diplu
💄Make-up : Ruksar, Bablu
✨Production manager : Dipan Baruah
Assistant : Rituraj Mahanta and Anjali Hatibaruah
💠Drone: Kushal
🏍️Riders: Lily, Muskan, Bishnupriya, Rabina
💃Dancers: Bhanita, Mithu, Richa, Kingshu, Nikhil, Joy, Nany, Meer
🧑‍🍳Cook : Deep Baruah
✨Spot : Jaanmoni, Champak, Dipak
💡Light boy: Pulak, Ratul, Anjuma, Sidhik
🎥DOP Assistant : Anil Boro
Set boys: Kunal, Ranjit, Munna

Follow Prastuti Porasor for more updates.

Stay tuned with us as we are bringing exciting contents for you.
Рекомендации по теме
Комментарии
Автор

❤❤❤❤❤কি সুন্দৰ
আৱাহন থিয়েটাৰৰ নীল আকাশ দা আৰু পাপৰি বাৰ গানটো ৰৈ থাকোঁ।
প্ৰতিবছৰে।
ইমান ধুনীয়া গান দি আছে আমাৰ মাজত ❤❤❤❤❤❤

amarassam
Автор

যোৱা বছৰৰ দৰেই এইটো গান বহুত ভাল বনাইছে। যোৱাবাৰ যা নেমাতো নেমাতো তোক। গানটোৰ দৰে এই গানটো ভাল হৈছে। আকৌ এবাৰ আৱাহন থিয়েটাৰ জনপ্ৰিয়তাৰ শিখৰত। যোৱাবাৰ মোৰ তেজ মোৰ মৰম নাটখন বহুত ভাল লাগিল চাই। ৰহাত চাইছিলোঁ। দুয়োটা চৌ চালে চাই থাকিব মন যোৱা নাটক।

manashpratim
Автор

আৱাহন সদায় সুকীয়া।❤আৰু বিশেষ । আৰু তাতে নীল দা আৰু পাপৰি বাৰ গীত থাকে তেতিয়া হলেটো চুপাৰ হিট❤ শেষত গীতটি খুব ভাল লাগিল।😊 ধেমাজিৰ পৰা মৰম যাছিলো❤

Mlarmy
Автор

আবাহন থিয়েটাৰত প্ৰত্যেক বাৰে জনপ্ৰিয় গীত ঠাকেই; 🎉 তিনিচুকীয়া পৰা মৰম জনালো।❤🎉 ইমান ধুনীয়া গীত আৰু নৃত্য উপভোগ কৰিবলৈ দিয়াৰ বাবে।।

lohorjyotimoran
Автор

বাপাঐ গানটো ইমান সুন্দৰ হছি ।❤ দেখাতো বৰ ঠৌগা লাগা হছি চবোকে ।😍গানে মানুহে বৰ সুন্দৰকে মিলি গেছি । আৱাহন থিয়েটাৰ সদায় বিশেষ।😊💕

dikhitadas
Автор

প্ৰস্তুতি বাক ভাল পোৱা।সকালে এটা এটা লাইক কৰি দিবা ❤❤❤❤🔥🔥🔥🔥🥰🥰🥰

tafajul
Автор

প্ৰস্তুতি বাৰ বাহিৰে কোনো a পত্তা নাপাই ❤ মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা 🥰😘😘❤❤❤❤❤♥️

jesminbegum
Автор

প্ৰস্তুতি বা দিনক দিনে ধুনিয়া হৈ গৈ আছে ❤

chilkakrishnatreya
Автор

আৱাহন থিয়েটাৰে প্ৰতি বছৰে next level কাম দি আহিছে সমগ্ৰ অসমবাসীক 🙏guality, cinematography, choreography extremely good ♥️❤️😍😍

DergaonBuoyAmlan
Автор

সুন্দৰ ৰোমাণ্টিক গীত প্ৰস্তুতি বাৰ আৰু জেফি বক্সী দাৰ অভিনয়ে সোণত সুৱগা চ’ৰাছে ভাল লাগিল ❤❤❤❤

debajitgogoi
Автор

Bohut Val hoise baideu .. I love this song ❤❤❤❤ you are looking so beautiful 👌 ❤❤

Ranif-nm
Автор

Neel da love you. eman hundor gan2 diyar babe . Papori ba ❤❤

porigogoi
Автор

পাহাৰৰ পৰা খৰি লৈ অহা মানুহ খিনিক গাড়ীত উঠাই আনা চিনটো মজা আছিল😍।

AnkurJoyti
Автор

Prastuti বাক এই বয়সতো ভাল পোৱা সকলে লাইক কৰি দিব ☺️

kunalvlogs
Автор

যি দেখিছো আৱাহনে এইবাৰ গোটেই অসম হিলাই দিব আৰু আশা কৰো আগৰ বোৰ নাটকৰ record break কৰিব বুলি । love from hajo prastuti ba ❤️❤️ হয়গ্ৰীৱ মাধৱে আপোনাৰ মংগল কৰক 🙏🏻

bikidas-bmtr
Автор

সুন্দৰ হৈছে গীতটো
Next জুবিন দাৰ গীত এটি লাগে ❤❤

Bhargabassam
Автор

বেয়া নাপাব
গালি নদিবি দেই।।।।।।
বহুত ধুনীয়া হৈছে দেই।।।।

abhijeethdr
Автор

এইবাৰ দুইটা গান জনপ্ৰিয়তাৰ শীৰ্ষত থাকিব। মই হেনো প্ৰেমতে পৰিছো আৰু বেয়া নাপাবি দেই (মোৰ দুটা সকলোতকৈ প্ৰিয় গীত)।❤❤🔥🔥🔥

AdityaBorah-vvye
Автор

Oh my goodness... Choreography dhunia.... Prastuti ba ru zeffi bakshi superhit jodi ❤

SantiChayaSaloi
Автор

Bohut bhal lagil song tu sai ❤ Prostuti Baar babe ❤🥰

RishamoniBaishyachannel