Assam Police AB UB Question Paper 2022 Date: 20.02.2022 | Assam Competitive Exam

preview_player
Показать описание
Assam Police AB UB Question Paper 2022 Date: 20.02.2022

Download 850+ MCQs on History Of Assam:-

Download our ebooks:

Suggested Videos/Playlist:

ASSAM HISTORY Complete Series:

APSC PREPARATION IN ASSAMESE:-

Assam Current affairs 2021 (Playlist):

Target 1Lakh Job (Special Course):

Indian History by Kushal Saikia:-

INDIAN POLITY IN ASSAMESE (ভাৰতৰ ৰাজনীতি অসমীয়াত)

About this video:-
Syllabus, Exam Pattern & Full Strategy for the Examination/ Test for the 306 Post of Sub Inspector in Assam Police. Assam Police Recruitment. Assam Police Sub Inspector 2021.

About this video:-
Assam Competitive Exam
INDIAN POLITY IN ASSAMESE
INDIAN POLITY IN ASSAMESE FOR APSC
INDIAN POLITY IN ASSAMESE FOR PNRD
INDIAN POLITY IN ASSAMESE FOR APDCL
INDIAN POLITY IN ASSAMESE FOR ASSAM POLICE S.I. EXAM
INDIAN POLITY IN ASSAMESE FOR ASSAM POLICE SB/UB
INDIAN POLITY IN ASSAMESE FOR ASSAM SECRETARIAT
INDIAN POLITY IN ASSAMESE FOR IRRIGATION
INDIAN POLITY IN ASSAMESE FOR CDPO
INDIAN POLITY IN ASSAMESE FOR ASSAM TRANSPORT EXAM
INDIAN POLITY IN ASSAMESE FOR SSC CGL
INDIAN POLITY IN ASSAMESE FOR SSC CHL
INDIAN POLITY IN ASSAMESE FOR SSC CPO
INDIAN POLITY IN ASSAMESE FOR SSC
INDIAN POLITY IN ASSAMESE FOR CTET
INDIAN POLITY IN ASSAMESE FOR RRB
INDIAN POLITY IN ASSAMESE FOR RRB NTPC
INDIAN POLITY IN ASSAMESE FOR IBPS
INDIAN POLITY IN ASSAMESE FOR ASSAM TET
INDIAN POLITY IN ASSAMESE LDA
INDIAN POLITY IN ASSAMESE FOR LDC
INDIAN POLITY IN ASSAMESE FOR BANK EXAM
INDIAN POLITY IN ASSAMESE

Subscribe for more videos.

Join us ----

Assam Competitive Exam

Telegram – Assam Competitive Exam

----------------------------------------------------------------
About us:-
আমি সকলোৱে জানো বা উপলব্ধি কৰোঁ যে চিন্তা সদায় মাতৃভাষাৰ মাধ্যমতহে বেছি ফলপ্ৰসূ হয়। সেয়েহে আমি আমাৰ মাতৃভাষাৰ মাধ্যমতে সকলোৰে সহায় হোৱাকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়সমূহ এই Channel টোত আলোচনা কৰিম।
যদি Video বোৰ ভালপায় Channel টো Subscribe কৰি ল'ব।

আপোনালোকৰ সহায়-সহযোগিতা আৰু গঠনমূলক পৰামৰ্শই আমাক সদায় উৎসাহিত কৰিব. .. ধন্যবাদ।

#AssamCompetitiveExam
#AssamPoliceSI
#assampolicesubinspector
#INDIAN_POLITY
#subinspector
#syllabus
#FullsyllabusAssamPolice
#fullsyllabusofassampoliceSI
#assampolicesiexamspecialclasses
#assampolicesiexampreviousyearspaper
#assampoliceoldquestiondiscussion
#mostimportantmcqsiexamassam
#siexamgkquestions
#assampolixesiexamdate
#assampolicesiexamsyllabus
#assampolicesiexammostimportantmcq
#assampolicesiexamgkmcq
#siecamassampreviouspaperpdf
#assampolicesiandconstableexam
#assamexam2021gkmcq
#siexamassamquestions
#best20gkmcqforsiexamassam
#assamhistorybestmcq
Рекомендации по теме
Комментарии
Автор

1। অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল
2। শৰাইঘাট যুদ্ধ কিমান চনত হৈছিল
3। হেমকোষ কি হয়
4। অৰুণাচলৰ ৰাজধানী কি
5। ভাৰতৰ ১ম নোবেল বঁটা বিজয়ী কোন
6। পথৰুঘাটৰ ৰণ ক'ত হৈছিল ?
7। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল____চনত।
8। কলীয়াভোমোৰা দলঙে কোন কোন জিলাক সংযোগ কৰে
9। আনন্দমঠৰ লিখক কোন
10। মেৰী কমে অলিম্পিকত কেইটা মেডেল পায়
11। 56 তম জ্ঞানপীঠ বঁটা কাক দিয়া হয়
12। বৰদলৈ ট্ৰফী কোনটো খেলৰ লগত সম্পৰ্কিত
13। জয়মতীৰ ছবিৰ পৰিচালক কোন
14। নামঘোষা কাৰ ৰচনা
15। শেহতীয়াকৈ অলিম্পিক ক'ত হৈ গ'ল
16। লোকসভাৰ আসন
17 । ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ জিলাৰ নাম
18। আটাইতকৈ তৰল ধাতুৰ নাম
19। হেণ্ড চেনিটাইজাৰত কি দ্ৰব্য থাকে
20। এখন থানাৰ OC জনক কয়____
21। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল
22। উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত
23। আজি যদি সোমবাৰ তেন্তে ২৯ দিন পিছত কি বাৰ হ'ব
24। 'অসম কেশৰী' বুলি কাক জনা যায়
25। উমানন্দ মন্দিৰত কাক পূজা কৰা হয় (শিৱ, গনেশ)
26। WHO ৰ মূখ্য কাৰ্যালয় ক'ত আছে ?
27। অসম বিধানসভাৰ মুঠ আসন কিমান
28। ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন
29। সতী সাধনী কোন বংশৰ
30। সৱৰমতী আশ্ৰম ক'ত আছে
31। Golden Silk বুলি কাক কয় (এৰী, মূগা)
32। গাৰো, জয়ন্তীয়া লোকসকল প্ৰধানকৈ ক'ৰ বাসিন্দা
33। এক মিলিয়ন =
34। 2022 ৰ বিশ্বকাপ ফুটবল ক'ত হ'ব
35। 'হালধীয়া চৰায়ে বাওধান খায়' গ্ৰন্থখনৰ লেখক কোন
36। ভাৰতীয় সেনা (INA) ৰ শ্লোগানটো কি
37। মায়ামৰা সত্ৰৰ লগত তলৰ কোনজন জড়িত আছিল
38। আটাইতকৈ ডাঙৰ মহাদেশ কোনখন
39। তলৰ কোনটো চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল
40। বাণীকান্ত কাকতি হ'ল
41। ৰামায়ণ কোনে লিখিছিল
42। তলৰ কোনখন আহোমসকলৰ স্মৃতি স্থান

Gagankakati
Автор

Dada thank you.
Apunar tips aru guide bur diyar karone.Thank you so much

romeotopno
Автор

Thank you sir.. Apnar video buror pora Bohu khini hlp paisu.. Xm val hoise sir

ferozakhatun
Автор

Fast like korisu.... S. I. Queation dibo sun

ritaborah
Автор

Sir apro babe important questions diyok

migulhssn
Автор

Eman easy easy question asil moi dibo napalu be phisical t 1 komil mur nohele aji moiu Assam police t kori thakilu hoi dukh

superhithindisongs
Автор

Memory Base GK Questions of Assam Police Constable 2022

1) পথৰুঘাটৰ ৰণ হোৱা ঠাই খনৰ নাম কি?
২) ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল ?
৩) আহোমে মোগলত কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল?
৪) মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল?
৫) বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত?
৬)২০২২ ত বিশ্বকাপ ফুটবল কত হ'ব?
৭) 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে ?
৮) কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে?
৯) অসমত লোক সভাৰ আসন কিমান?
১০) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন?
১১) ”হালধীয়া চৰায়ে বাওধান খায়" গ্ৰন্থৰ লেখক কোন?
১২) ভাৰতীয় সেনাৰ ( INA) শ্লোগানটো কি?
১৩) সতী সাধনী কোন বংশৰ আছিল?
১৪) তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নহয়-
১৫) বিশ্ব স্বাস্হ্য সংস্হা(WHO)ৰ মূখ্য কাৰ্য্যালয় ক'ত আছে?
১৬) "আনন্দমঠ" ৰ লেখক কোন আছিল?
১৭) নামঘোষাৰ ৰচক কোন ?
১৮) ১৯৩৫ চনত মুক্তি লাভ কৰা জয়মতী ছবিৰ পৰিচালক জন কোন?
১৯) সবৰমতী আশ্ৰম কত আছে?
২০) ‍তলৰ কোনবিধক Golden Silk বুলি কোৱা হয়?
২১) উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়?
২২) ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল?
২৩) অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল?
২৪) গাৰো, খাচী, জয়ন্তীয়া লোক সকল প্ৰধানকৈ তলৰ কোনখন ৰাজ্যত পোৱা যায়?
২৫) অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?
২৬) এক মিলিয়লত কিমান ?
২৭) তলৰ কোনবিধ তৰল ধাতু?
২৮) Hand Sensitizer-ত তলৰ ‌কোনবিধ কি দ্ৰৱ ব্যৱহাৰ কৰা হয়?
২৯) এখন থানাৰ OC জন কি Rank ৰ হ'ব পাৰে?
৩০) মায়ামৰা সত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী কোন?
৩১) শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল?
৩২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন?
৩৩) ভাৰতৰ উচ্চ ন্যায়ালয় ক'ত আছে?
৩৪) কোন চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল?
৩৫) বাণীকান্ত কাকতিদেৱ আছিল এগৰাকী-
৩৬) ইয়ান্দাবু সন্ধি কেতিয়া হৈছিল?
৩৭) অসম কেশৰী কোন?
৩৮)আটাইতকৈ পাতল ধাতুবিধ কি?

Bastav_Basanta
Автор

Oooo bhai sahi main itny easy thy paper

pollabiscollections
Автор

Dada math and reasoning or English previous year question boar daw 👍🏻🙏

shamamhussain
Автор

Val lagil apuni qn khini collect koror babe.nd match nd resuon khini pale dibsun sir

jumimoon
Автор

Dada moi PST 31.09 paisilu
Aru Written ot 92 ta fix huddha hoise,
Moi F&ES disilu, Lakhimpur district, OBC
Dada kiba akha asene merit listot name ahar, ..

vihaan
Автор

Dada 23 sonor karne questions dib plz for Assam police and si

bidyamonichandi
Автор

Aitu exam diya masilu, health dim..
Dada sakori jadi pao. Apunak kintu abar log dhorim..plss.. Bohut bohut dhonyobaad amar karone eman kora kaarone.. apuni aamar poth padarthak.. ❤️🙏

nehujiya
Автор

Apunar telegram or mock tests bur Assamese ot dibo

amarjyotimili
Автор

Hand sanitizer t besi porimane kuntu jougo use kora hoi.

coreofpolice
Автор

Sir1)assamese all news paper name, year aru public place.
2)cab, caa
3) GST
Video atta bonabo syn

rajibkalita
Автор

2023 girl r babe vecancy video bnaba sun

jibikagogoibaruah
Автор

Common porisa..., perfect question paper by SEBA

Dibakar-
Автор

Sir Akhn Police station r OC r rank kihr lgt determine krb pari baru

Habilder
Sub Inspector
Deputy Superintendent
A. S.I

Djb
Автор

Sir....
Assam police medicalor total video ATA banabosun...
🙏

parashchetry