Adarer Buwari || Biyanaam || Assamese Wedding Song || JG's

preview_player
Показать описание
Adarer Buwari

#assamese #assamesewedding #assamesesong #biya #biyanaam
Music - Badrakant Das
Singer - Dr. Anima Choundhury , Tarali Sarma , Ambalika & Group
Lyrics - Jyotsna Dutt , Ambalika dutt
Рекомендации по теме
Комментарии
Автор

মন, প্ৰাণ চুই গৈছে ... বহুত বহুত সুন্দৰ বিয়া নাম । ☺️☺️☺️.... এইবোৰহে আমাৰ প্ৰকৃত অসমীয়া গান ।

northeastnewsky-
Автор

একেবাৰে বচা বচা আটাইতকৈ ধুনীয়া গীতকেইটাৰ সংমিশ্ৰণ... বৰ ধুনীয়া লাগিল... হেপাহেই নপলাই হেজাৰবাৰ শুনিলেও... ধন্যবাদ ❤

deep
Автор

Hunilyu hapah nopolai beutiful song❤❤❤

apjdimpolsonowal
Автор

অতুলনীয়.. গাৰ নোম ঠিয় হৈ যোৱা গীত . বহুত দূখ লাগে শুনিলে

sahadevdas
Автор

অতি মোহনীয়া মোৰ প্ৰিয় গীত এইবোৰ বহুত বহুত ভাল লাগিল 💗💗💚💓💖💕 আকৌ শুনিবলৈ পাম 👍👍👍💞💞

ronjitarabha
Автор

অতুলনীয় কন্ঠ, অসমীয়া হিচাপে গৌৰৱান্বিত।

dcddipudeka
Автор

Excellent wedding song with sweet voice.

nabakantadeka
Автор

ইমান ধুনীয়া কৈ ‌গাইছে‌ মন জুৰ পৰি যায়❤

parbatimisra
Автор

Moi jadioo 22years old lora English Hindi song xuni vl lagibo lage kin2 mor dekhon biya naam bor he vl lage ❤🥰🤗

DipankarSaharia-qm
Автор

অতি সুন্দৰ বিয়া গীত। এনে গীতসমূহ সদায় সোনালী হৈ থাকক। মোৰ বিয়া গীত অতি মৰমৰ।

satisdas
Автор

সৰুৰে পৰাই বিয়ানাম মোৰ খুবেই প্ৰিয় । বিয়ানামে কলিজা কঁপাই তথাপি শুনি ভালপাওঁ। আগতে বিয়াত গাইছিলোঁ।

জয়মহাকাল-শ৯ভ
Автор

Biyar gan bor xunile ba htr Karne Bohut mnt pre😢

dhanjitbaishya