Moi Phari Swali // Mausumi Saharia // New Cover Video // Pujashree Gogoi

preview_player
Показать описание
Moi Phari Swali // Mausumi Saharia // New Cover Video // Pujashree Gogoi

Cover video unofficial of 'Moi Pahari Suwali' by Pujashree Gogoi.
Hope ya'll love it and enjoy the dance and bless me by subscribing, sharing and liking it.
Love you all.
Рекомендации по теме
Комментарии
Автор

Ummmm nice song🎵 dance 💃💃 also very nice👏👏👏👍👍 Miss May God bless you🙏🙏

SriBidyabonRabha
Автор

সুন্দৰ । অসমৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত ঐতিহাসিকভাবে গীতটি অতি প্ৰাসংগিক তথা গুৰুত্বপূৰ্ণ । ৰাজীৱ শদিয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ।।

hndekari
Автор

কনমানিটোক বহুত বহুত আশীৰ্বাদ দিলো ভালে থাকা আৰু ভাল মানুহ হওক

ritamoniborah
Автор

কন্ঠৰ পৰা অমৃত নিগৰি বৈ আহি ছে, বাহ। কি সুন্দৰ। God bless you .

bhadrakantadas
Автор

🤗 তোমাৰ বিহু নৃত্য টি প্ৰথম চালোঁ আৰু তাৰ পিছত বিচাৰিছোঁ তোমাৰ আৰু কিবা বেলেগ ভিডিঅ আছে নেকি কিন্তু পাই গলো .. সঁচাকৈ তুমি বহুত ধুনীয়া কঞ্চেপেত লৈ নাচিছা অসমৰ জনগোষঠীয় কলা কৃষ্টিক লৈ.... ভালকৈ নাচি যোৱা আৰু আগুৱাই যোৱা...God bless you, ,

devdas
Автор

বহুত ভাল হৈছে অ আকাশৰ জোনজনী আৰু ভাল হব দিয়া আশীৰ্বাদ দিলো ।

KHARGESWARHAZARIKA-zmpf
Автор

ইমান ধুনীয়া লাগে শুনি গানটো❤️❤️❤️বহুত প্রিয় গীত❤️তাৰ লগতে তোমাৰ নাচ2 ধুনীয়াকৈ মিলিছে❤️

debajitrock
Автор

Bohut dhuniya hoise pujashree😍
Moi tumar cover video bilak sai thako😍bohut val lage😊

siddharthasarma
Автор

Assamr kristhi hongsh krithi dance mur karne priyo💟bhut val lagise dance tu

nipanpegu
Автор

Nice সুন্দৰ খুব বৰ ধুনীয়া বহুত ভাল লাগিল মজ্জা পালোঁ বঢ়িয়া

pilingadeka
Автор

Bonor katakii jonii bor dhunya lagisa ❤️😁🩷

DebashisNath-hf
Автор

তোমাৰ প্ৰতিটো নৃত্যই অতি সুন্দৰ হোৱাৰ মূলমন্ত্র হৈছে গীতৰ কথাৰ অৰ্থৰ লগত সামঞ্জস্য ৰাখি সাজ সজ্জা অতি সুন্দৰকৈ খাপ খুৱাই ল'ব পৰাতো । অসমৰ প্ৰতিজনী ছোৱালী তোমাৰ দৰে হওক তাৰেই কামনা কৰোঁ।

guptasarmah
Автор

সুন্দৰ নৃত্য , ঈশ্বৰে কুশলে ৰাখক যাতে তেখেতৰ প্ৰতিভা সমুহ আগলৈ এনেদৰে প্ৰকাশ কৰিব পাৰে । কৃষ্ণ জয় গুৰু শংকৰ ।

IndramohanSaikia-xizk
join shbcf.ru