Main Diwani - Badi Mastani | Deba Kumar Barman | Superhit Funny Assamese Song | Comedy Song | 2020

preview_player
Показать описание
EVV Music presents "Main Diwani Badi Mastani" - a Assamese comedy music video.

Song Credits:
* Concept: Deba Kumar Barman
* Composer & Author: Deba Kumar Barman
* Music : Manin Baruah
* Singer : Dipak Das
* Camara & Direction : Manujit Sharma
* Artist : Ashim Baishya, Pratichya Sandilya, Diganta Majumder
* Make Up : Biswa Kalita
* Editing: Manujit Sharma
* Recorded at Studio HIVE By Dudul Saikia
* Graphic Design : Mridul Konwar
* Digital Marketing Operation : Pranav Jha, Rmanam Infotech
* Produced by : Deba Kumar Barman for Eastern Video Vision

Digital Marketing and Distribution by Ashish Barui

Note: Any illegal reproduction or reupload of this content in any form will result in immediate action against the person concerned

#AssameseSong #AxomiyaGaan #comedysong #assamesecomedy #comedy #funnyvideo #assamesecomedysong #dipakdas
Рекомендации по теме
Комментарии
Автор

গানটো ভাইৰেল হোৱাৰ পৰাই একেৰাহে চাইয়েই আছো । ভাল মনোৰঞ্জন দিছে অসীম বৈশ্যৰ কৰিঅ'গ্ৰাফ আৰু অভিনয়ে ।

jayajunjun
Автор

ৰিল চোৱাৰ পাছত অহাখিনি ইয়াত > Attendance

learnwithbhaskarjyoti
Автор

অকল মোৰে এনেকুৱা হৈছে নেকি গানটো মুখত anytime আহি থাকে😂

debashmitavlogs
Автор

কাৰ সময় কেতিয়া আহে, এই গীতটোতে বুজি পাব ❤

dbaxom
Автор

সকলো বস্তুৰে এটা নিৰ্দিষ্ট সময় থাকে। এই গানটোৱে তাৰ উদাহৰণ 😎😎😎❤️❤️❤️

sajidhussain-jepe
Автор

এই গীতটোৰ পৰা বুজা যায়, কৰ্ম কৰা ফলৰ আশা নকৰিবা। ৪ বছৰ পিছত হলেও ফল পাবা😅

creatureD-wbqr
Автор

Aibar new year picnic gole aitu logam DJ sound box t lgam buli mor dore kone kone vabi asa.. like kra.... 😂😂😂

RahulAmin-qrhu
Автор

গান চাৰি বছৰ আগৰ হয় কিন্তু হিট হৈছে এতিয়া, এল আই চি দৰে হৈছে, পিছত কামত আহে।

BhaitiRajkhowa
Автор

জিন্দাবাদ দীপক দা, জিন্দাবাদ নলবাৰী, নলবেইৰা ভাষা

গাঁওলীয়ালৰামইনলবাৰীৰ
Автор

ভাষাৰ শালিনতা বজাই ৰাখি ৰাইজক আনন্দ দিয়াৰ প্ৰচেষ্টা শলাগিছো, , , আপোনাৰ পৰা আৰু আশা ৰাখিলোঁ দাদা ।

rakeshzg
Автор

31 December 1 January and magh Bihu ... picnic party boom solibo abr 😂❤

GourangaBorah
Автор

Anyone 2024😂😂😂😂😂😂

Edit 1- thanks for 1k like 😂
Edit 2- thanks for 2k like 😂

DharitriSaharia-tbms
Автор

ইমান দিনৰ আগৰ গান কিন্তু আজিহে ৰীল চাই শুনিব আহিলোঁ 😂

nitusaikia
Автор

হাও কি হে মই গানটো ইটা অলা বুলি হে ভাবছিলো কিন্তু ৪ বছৰ হল চোন😂😂😂😂

janmoni-moni
Автор

Reels Sai Kune Kune ahisa like ata kri jaba❤

Anjanrajassam
Автор

একেৰাহে ১০ বাৰ মান শুনিলো । খুওৱ ভাল লাগিল । সুন্দৰ কৰিঅ'গ্ৰাফী আৰু অসীম বৈশ্যৰ সুন্দৰ অভিনয় ❤

jayajunjun
Автор

Tamam de mojaaa gaan2 bhut bisari bisari paisu

manojkalita
Автор

Insta pora ahi kune kune eyat sai se like kora😂😅😊

somikhabora
Автор

অনন্য আপোনাৰ প্ৰতিভা। বহুবছৰ আগতে আপোনাৰ কণ্ঠত "লম্বী জুদাই " শুনি অভিভূত হৈছিলো। আৰু এতিয়া এইটো গীত । অতি চমৎকাৰ

priyankasarma
Автор

Next aru lage ane kua gan ❤ bhut hahilu অসিম দাৰ অভিনয় 🔥🔥🔥🔥🔥 দিপক দা আৰু লাগে অসমিয়া হিন্দী মিক্স

RitulBaishya-trvm