O Mur Ronor Tejighura - Zubin Garg Assamese song

preview_player
Показать описание
Hello guys here you will find all kind of Assamese song ...

So make sure you like share subscribe and comment ...

Thank you ...
Рекомендации по теме
Комментарии
Автор

কি যে মধুৰ গীত❤
এইবোৰ গীতৰ বাবেই জুবিন দা আমাৰ অতিকৈ প্ৰিয় ❤❤❤

KangkonaMahanta-uzmq
Автор

পাৰ হৈ যা তই ৰাতিৰ আন্ধাৰ ; শিল বৰষুণ ধুমুহা
What a line...

kapilmoran
Автор

অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
চেঁকুৰি যা তই চেঁকুৰি যা
পোনাই ল’ তোৰ দীঘল বাট
পাৰ হৈ যা ৰাতিৰ এন্ধাৰ
শিল বৰষুণ ধুমুহা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা

তেজ কদমত চেঁকুৰ মেলক
মোৰ ৰণৰ ঘোঁৰা
উফৰি পৰক ঘামে তলবল
পিঠিৰ কঠিন জীন
চেঁকুৰি যা তই চেঁকুৰি যা
খাজে খাজে পাৰ হৈ যা
চেঁকুৰি যা তই চেঁকুৰি যা
বুকু ফটা মাটিৰ যন্ত্ৰণা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা

শুনি যা শুনি যা মোৰ নতুন গানৰ
অস্থায়ী অন্তৰা
চেঁকুৰি যা তই চেঁকুৰি যা
খাজে খাজে পাৰ হৈ যা
চেঁকুৰি যা তই চেঁকুৰি যা
বুকু ফটা মাটিৰ যন্ত্ৰণা

অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা

pranjal_das.
Автор

গীতটো মই প্ৰায় শুনো যেতিয়া মনটো বেয়া লাগে আৰু কিছুসময়ৰ পাছত নিজকে এটা দূৰ্দান্ত ঘোঁৰাৰ দৰে শক্তিশালী যেন অনুভৱ হয়৷

avijitsaikia
Автор

❤ 2025 অ মোৰ ৰণৰ তেজী ঘোঁৰা জয় জুবিন দা ❤

amplirshhukai
Автор

শব্দৰ শক্তি এইবোৰ গানতহে ❤️।আজিকালিৰ প্ৰায়বোৰ গীতৰ শব্দ কথাবোৰ খুবেই তৰল নিম্নখাপৰ😔

lakshyaaxom
Автор

জুবিন দা আছে মানে অসমীয়া গানৰ শক্তি আছে।।।শব্দত জুই আছে এইয়াই আমাৰ হীৰা এইয়াই আমাৰ অহংকাৰ🙏💯💖

dipankarbaruah
Автор

জুবিন ৰ কণ্ঠত প্ৰতিটো শব্দই প্ৰাণ পাই উঠে। কি যে অমৰ কণ্ঠ। শব্দৰ উচ্চাৰণ আচৰিত শক্তিশালী।

deniananya
Автор

Hodai zubeen da apune ronar teji ghurar hoi thakok zubeen dar babe like eata.

sewaliburagohain
Автор

Zubeen da r voice logote hiru dar kotha hundor

prachuryabhattacharya
Автор

"শুনি যা, শুনি যা,
মোৰ নতুন গানৰ
অস্থায়ী অন্তৰা", , ❤️

HIRU
Автор

এই গানটিয়ে কিবা এটা কৰিবলৈ প্ৰেৰিত তথা উদ্যমিত কৰি তোলে।❤

bitopankalita
Автор

জুবিন দা গান মানুহৰ মন ভাল কৰিৰাসে ❤🥰 সেইবাবে জুবিন গাৰ্গ আমাৰ বাবে ভগৱান

গাৱলিয়াজিৱন
Автор

ONE OF MY MOST FAVOURITE SONG OF ZUBEEN DA🥰😍🥰😍

anastudio
Автор

Always I inspired from this song. Thanks zubeen for this song make me a different people.

niranjanbhattacharyya
Автор

Geet mr bhut bhut priyo najon aiya ...অ মোৰ ৰণৰ তেজী ঘোঁৰা।।।

chanideka
Автор

Nice song zubeen da N love you zubeen da❤️🥰all life my favorite singer 🔥🔥❤️🥰

surabhikalita
Автор

জুৱিনে মনৰ কথাৰে সুৰ ধালে ৷আমি তাক বব্যৱহাৰৰ নামত অসমীয়াবোৰে অপব্যৱহাৰ নকৰো যেন ৷সৃষ্টিশীলতাক সন্মান দিয়ক সমালোচনাৰ উৰ্দ্ধত ৷

akhilmahanta
Автор

Bohut dhuniya hoise gantu ow dada huni kene 🔥😎😩😢🥺😭

EyarulAli-gm
Автор

Whenever I feel low.. I used to hear this song❤️
It makes me fully energetic 🔥🔥 love you ZG🥰

beinggeekywithtonmoy
visit shbcf.ru