Dr Bezbaruah 2 all Song || Songs of Dr Bezbaruah 2 || Zubeen Garg || Dr Bezbaruah 2 || New Songs

preview_player
Показать описание
এই ভিডিঅ'টোত অসমৰ হাৰ্টথ্ৰব' স্বৰূপ (জনপ্রিয় কন্ঠশিল্পী) জুবিন গাৰ্গৰ নতুন চিনেমা
ডক্তৰ বেজবৰুৱা ২ ৰ গীতসমূহ দাঙি ধৰাৰ প্রয়াস কৰা হৈছে। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টিত মৰম চেনেহ দিব। 🤗🥰

-------------------------------------------------------------------------------------------

Dr Bezbaruah 2 all Song || Songs of Dr Bezbaruah 2 || Zubeen Garg || Dr Bezbaruah 2 || Zubeen garg New Song

------------------------------------------------------------------------

@assamsingers5245 👇👇
▶️এইটো এটা non profitable YouTube channel য'ত আপোনালোকে zubeen garg ৰ সকলো ধৰণৰ গান চাব পাৰিব। চেনেলটোৰ উদ্দেশ্য হৈছে জুবিন গাৰ্গৰ গীতসমূহ অসমৰ সকলো ক্ষেত্রতে আৰু অধিক প্ৰচাৰ কৰা, ইয়াৰ পৰা আমাৰ টকা সংগ্রহ কৰাৰ কোনো অভিপ্রায় নাই। এই গীতবোৰৰ সকলো ক্ৰেডিট তেওঁলোকৰ হাতলৈ যায় যিসকলে মূলতঃ সৃষ্টি কৰিছিল।
উল্লেখ থাকে যে আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে প্রচাৰ কৰা গীতসমূহত কোনো ধৰণৰ Copyright Strike নিদিয়ে যেন, কিয়নো ইয়াৰ ফলত আমাৰ চেনেলটোত বৃহৎ ক্ষতি সাধন হব।
শেষত,,আমাৰ ভূল কূৰ্তি সমূহ দেখুওৱাই দিবলৈ আহবান জনালোঁ।
ধন্যবাদ....❤🙏🙏

--------------------------------------------------------------------------------------------

#zubeen_garg
#moina_kun_bidhatai
#ki_naam_di_maatim
#jiliki_jilika
#phool_phool
#Zubeen_Hit_Songs
#zubeendaa
#zubeengargmusic
#Assam_Singers
Рекомендации по теме
Комментарии
Автор

হায় হায় ....দ্বীপেন বৰুৱাৰ সেই গভীৰ কন্ঠৰ সহজ মিঠা গীতকেইটাৰ কি ৰুক্ষ কৰুন পৰিনতি ....সমবেদনাহে জনালোঁ আৰু !

rupaleemdutta
Автор

জুবিন দাৰ অভিনয় বৰ ভাল হৈছে। এতিয়া লাহে লাহে অভিনেতা মেন লাগিছে।

kangkanadhikary
Автор

গীতকেইটা আটকধুনীয়া হৈছে ৷ বিশেষকৈ কি নাম দি মাতিম টো ৷ এইটো গীতটো ৰত্নাকৰৰ ৰোমাণ্টিক গীতটোৰ প্ৰভাৱ পৰিছে ৷ বাকী ৰিমেক কেইটাৰ বিষয়ে কবলৈ নাই ৷ সেই সময়ত দ্বীপেনদাই শ্ৰেষ্ঠতম গাইছিল, যিটো আজি জুবিনেও নিজৰ শ্ৰেষ্ঠ হিচাপে গাইছে ৷ পৰিবৰ্তিত পৰিস্থিতি অনুযায়ী দুয়োজনৰে গীত সময় অনুযায়ী মনোগ্ৰাহী ৷ আনহাতে জুবিনৰ এতিয়া নতুনকৈ অভিনয়ত মন বহিছে ৷ তাতো সফলতা পাবলৈ ধৰিছে ৷ গতিকে সকলোৱে শুদ্ধ আৰু ভাল ৷

debajitbora
Автор

জয় অসমীয়া জয় জুবিনদা আমাৰ অসমীয়াৰ গৌৰৱ জুবিন দা 🙏🙏🙏

pareshmonibora
Автор

পুৰণি গান বোৰ মোৰ প্ৰিয় গানটো নতুন ৰূপত সজোৱাৰ বাবে আৰু বহুত বেছি ভাল লাগিল ।

pabitrahazarika
Автор

জুবিন দাৰ কণ্ঠত সঁচাই জিপাল হৈ উঠিল গান কেইটা কিন্তু জ্যেষ্ঠজনৰ মনত আঘাত দিয়াৰ কোনো অধিকাৰ নাই আমাৰ।

bhaskarjyoti
Автор

মহান শিল্পীৰ কথাছবি আৰু গীত নকল কৰিলে শুভা নাপায় ৷

badanDas-fr
Автор

Dhuniya hoise cinemaxon aru song keita ♥️♥️👍👌

rebansaharia
Автор

দ্বীপেন বৰুৱাৰ কণ্ঠত গোৱা গানবোৰত যি অনুভৱ এটা জাগ্ৰত হয়, সঁচাই হৃদয় চুই যায়।

dipankarsarma
Автор

Zubeen da mur otikoi priyo aru dipen boruah sir mur hiyar amothu dujon ononya silpir ekei kothare duta beleg konth aru olp natunatwa,
Vaxahine moi,
Val loga geet keitar natun rup priyo silpi jonor konthot, khub val lagise

pankajasaikia
Автор

নতুনত্ব আনিছে কিন্তু দ্বীপেনদাৰ হ্নদয় চুই যোৱা গান

dekasamindra
Автор

Zubeen tumar songit khuni amoni nalage moi bohut all modarn song tumare khunu. Praiye bojaw ❤❤❤

anjanabaro
Автор

চিনেমা খনৰ নামটো পূৰণা, , , কিন্তু, , , গানকেইটা নতুন যুগৰ হ'ব লাগিছিল৷ কাৰণ এজনে আগতে গোৱা গানকেইটা আকৌ নতুনকৈ সজাই গাইছে নতুনকৈ নতুন্ব প্ৰভাব পৰিছে বুলি মই খন সুন্দৰ হৈছে, ,,,সেইটো সঁচা

ajantaduttabora
Автор

Gaan keita bahut val lagise. Film khan o Sam. Proud of you Zubeen da.

prayanpratimkashyap
Автор

মন্তব্য আগবঢ়াবলৈ মন যোৱা নাই দ্বীপেন বৰুৱা দেৱৰ গানটো লৈ বৰ মনত পৰিল। হৃদয়ৰ পৰা গোৱা গান তেখেতৰ।

putulbharali
Автор

প্ৰতিটো গানেই ভাল লগা হৈছে।
I like all songs of this film.

hemchandratalukdar
Автор

জয় জুবিন দা ✊✊🏻✊🏾 আপোনাৰ দীঘায়ু কামনা কৰিলো 🤗🤗💝💝💝

paspitaborah
Автор

দ্বিপেন দ|ৰ কোমল মাতৰ তুলনা নাই এই গীত যেন কিছু কৰ্ষক হল, দ্বিপেন দাই আকৌ কিয় নাগালে ?

tayyeburrahman
Автор

Like you sir JUBIN GARG & NIPON GOSHWAMI For DR.BEZBARUA 2 I am from working place from MH PNE

ramprasaddas
Автор

Sir Love you and I am very proud of our Assamese great weekend film all the roll carecter with Nipon goshwami sir and jubin garg sir

ramprasaddas