Dohor Babe Moi Ahisu Ulai || Bipin Chawdang || Live From Panchpur Duga Puja

preview_player
Показать описание

Рекомендации по теме
Комментарии
Автор

স্বদেশ প্ৰেমী গীত মাতে সমালোচক সকলৰ মন প্ৰাণ সুন্দৰ কৰি তোলাৰ লগতে মন বহু দূৰ লৈ লৈ যায়। জয় শঙ্কৰ গুৰু

bhabakantanath
Автор

এই গীতটি প্ৰতিদিনে অলপ নাগালে ভাল নেলাগে। এই গীতটি জিমান বাৰ শুনো সিমান বাৰ শুনিবৰ মন যায়। মোৰ জীবনৰ আটাইতকৈ প্ৰিয় গীত। জয় আই অসম

aminurhussain
Автор

জাতি মাটি ভেঁটিৰ অসম ৰক্ষা কৰিবলৈ অসমৰ প্ৰত্যেক অসমীয়াৰ কৰ্তব্য আৰু এই এ দেশৰ প্ৰেম মৰমমেই সুৰক্ষা হব। " জয় আই অসম "

akashabcom
Автор

Apuni mur oti sordhar hoi bipin da hosakoi hridoi sui jabo apunr geetot ...hundor hosai hundor hosai.

debajitsaikia
Автор

বৰ্তমান অসমত বিকল্প ৰাজনীতিৰ‌ দৰকাৰ

জয় আই অসম

RahulPhukon-xxhv
Автор

Dergaon Desoi poreia anjana Rajbongshi ❤. Bohut bohut dhonbad

AnjanaRajbongshi-jw
Автор

জয় আই অসম। মোক আজি কবলৈ ভাষা নোহোৱা হৈছে কি দৰে এই গানৰ প্ৰসংশা কৰোঁ। যিমানে প্ৰশংসা কৰোঁ সিমানেই কম হব। হাজাৰ বাৰ কম জয় আই অসম ❤❤❤❤ মোৰ প্ৰাণৰো প্ৰাণ চিৰ সেউজ অসম।

gorkhafocus
Автор

Salute for you ...joi ai Axom ALFA SADHIN JINDABAD

dipjoytihazorika
Автор

Lv u dada...bohut vl lge song tu...

Assam

nabajeetmedhi
Автор

Jai aai axom and jai aai ahom kingdom.❤❤❤❤

lizahasda
Автор

দাদাৰ গান বোৰ বহুত অৰ্থ পূৰ্ণ গান ৷ বহুত ভাল লাগে শুনি

simantahaloi
Автор

Heart touching song for me and we are really proud of you.❤❤❤ you too much.

jogatchutia
Автор

Ami kochari hokol jar
double ocimiya. Jai aii kachari kamrup melecha, halali sadiya, kamata. Joi aii axom

derhacharnarzary
Автор

নিভাঁজ অসমীয়াৰ ৰোমান্টিক গীত। কথা আৰু সুৰ, সংগীত লগতে গায়কী যেন এনেকুৱা লাগে যেন মই নিজেই গাই আছোঁ। গীতৰ দৃশ্যপটলৈ যেন নিজেই সোমাই গৈছে।

princeparagborah
Автор

Ulfa jindabad. Paresh axomot long live

debabratgoawami
Автор

Biking chaudang is the best singer in assamese,

patirko
Автор

My favourite singer bipin da জাতি গান ভিতৰত

bablukhanikar