O morom tumi kom nokoriba | Rangdhali 2006 | Assamese bihu video song | Assamese Bihu video

preview_player
Показать описание

Рекомендации по теме
Комментарии
Автор

Krishna moni chituya da xosai apuni aibor Gan t Amar lorali din bor dhori rakhise❤

অসমUjjal
Автор

কৃষ্ণমনি দা আপুনি বহুত ভাল গান আগ বহাই দিলেই আমাক

youtubetv
Автор

চিৰযুগমীয়া সংগীত, সচাকৈয়ে আগৰ গীতবোৰ মন জয় কৰা গীত আছিল, এতিয়া গীত বোৰে একো পেৰ মাৰিব নোৱাৰে ।

NaturalBoy_mukul
Автор

Ai gaan tu khunile mor high school r dinbor monot pore. Kiman je bhal loga din asil...i miss my school days..

bhaskarboro
Автор

যেতিয়া সৰু আহচলো দেউতা শুনাইছিল এইবাৰ গান কিমান যে ভাল লাগিছিল ❤️কিন্তু এতিয়া নতুন প্ৰযন্মখনী প্ৰায় শুনা নেখা নাপাওঁ অ তাৰ কাৰণে দুখ লাগে

davidray
Автор

Khunile khuni thakibor mon jaay .Hridaya t lagi jua😍😍😍😍

bhaskarboro
Автор

বহুত ভাল পাওঁ এই গীতটো ইমান শুনিলো তথাপিও আমনি নালাগে ।

minakshikalitanath
Автор

আগত বিয়াৰ ঘৰত এনেধৰণৰ গান লগাই গোটেই ৰাতি নচা মোৰ দৰে আৰু কোন কোন আছা ❤❤❤❤❤❤

animalcontrol
Автор

সচাকৈ বহুত মনত পৰে সেই দিন বোৰ
এতিয়াও বুকু খন কিবা কৰি যায়
আকৌ যেন আমাৰ অসমীয়া গান আৰু ছবি বোৰ আগৰ দৰে সকলোৱে চায়

YogiKrishnaNath
Автор

সঁচাকৈয়ে এই গীতবোৰ শুনি অতীত ৰ কথা বাৰুকৈয়ে শুৱৰাই দিয়ে ❤❤❤

nabajitbarman
Автор

বহু লোকৰ বাস্তৱ জীবনৰ লগত মিল আছে। পুৰণি কথা সোঁৱৰাই দিয়ে।

AbdurRazzak-dysf
Автор

প্যাৰ কভী কম নেহী কৰনা...।
পুৰণি হিন্দী গানটোৰ অবিকল সুৰ...। বৰ ভাল লাগিছিল গানটো। ৰাংঢালী ২০০৬

ৰিংকুসমাদ্দাৰ
Автор

2025 ত কোনে কোনে শুনি আছা বাৰু...?? Like এটা কৰি যোৱা ।

bikashdeka
Автор

xasake jetiya 8aru 9 nat pahi thaka khmy khuni ktha mat pare aibur ganat kiman je teji ti achil bhabi le vll lge khei din burt aku ghuri jab para hoi ❤❤

BikiBorah-ig
Автор

2024 t mur dore kune kune comments pohi asa ...like ata kora

DeepPayeng-fc
Автор

বহুটো স্মৃতি জড়িত হৈ আছে এইবোৰ গানৰ মাজত ভাসাৰে বুজাব নোৱাৰকৈ 😭❤️🥺

monoranuvutiandabegmukunda
Автор

বহুত স্মৃতি জড়িত হৈ আছে এইবোৰ ধুনীয়া গানৰ মাজত

nitudeka
Автор

ai gan burot mur karubak val puwar homoi bur jorito hoi ASE nice song

rajeshpawe
Автор

আজি ব'হাগৰ ৪ তাৰিখ (১৮ এপ্ৰিল ২০২৩) এ গানটো পুনৰ বাৰ (আগতে বহু বাৰ শুনিছোঁ যদিও) শুনি নষ্টালজিক হৈ পৰিলোঁ, বহু ভাল লগা স্মৃতিয়ে মনগহনত দোলা দি গ'ল।

jitenbaro
Автор

Bohut dhunia song, ajikalir gan buror ako meaning a nathakiba, puroni bihu song burok nuare 😍😍😍

mintuali
welcome to shbcf.ru