Assam Government's interaction failed, ULFA-I declared Assam Bandh on August 15th

preview_player
Показать описание
Assam Government's interaction failed, ULFA-I declared Assam Bandh on August 15th

Watch the full clip to know more about this story.

#pragnews #AssamCM #Assamgovernment #ULFA-I #AssamBandh #15thAugust #Independenceday

Follow Prag News:

Рекомендации по теме
Комментарии
Автор

Axomr hoi ketia kaam koribo ??
Xunkale kiba eta korok nohole axom xekh hoi jabo ...😢😢😢

Anamikashine
Автор

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে আৰু এশবাৰ জন্ম ললেও আলফাৰ লগত তেওঁ কোনোদিনে আৰু কেতিয়াও আলোচনা কৰিব নোৱাৰে, সেইয়া আমাৰ ফালৰ পৰাও একপ্ৰকাৰৰ প্ৰত্যাহ্বান লগতে সম্পূৰ্ণৰূপে স্পষ্ট কথা কেৱল ৰাইজক দেখুৱাইহে শান্তি আলোচনাৰ নামত আভুৱা-ভাৰি থাকিব, তাৰ বাহিৰে এইজনাৰ আন কোনো কাম নাই ।

alokdutta
Автор

Joi Aai Assom Ulfa Sangathan taki bo lage mur dada Ulfa te ase
Moi you joining korem

anichur.rahman
Автор

অসম পুলিচ আৰু আলফাৰ মাজত ঘংঘাত নিবিচাৰো। কাৰণ সংঘাতত মৰিলে অসমীয়া তেজাল ডেকা-গাভৰু বিলাকেই মৰিব।কিন্তু অসমত আলফাৰ প্ৰয়োজন আছে। বহুত ক্ষেত্ৰত।

ridiprobinsaikia
Автор

Joi aai axon long live ulfa swadhin sarbbabhomyo axom amar axom amar axomiya khilonjiya sokolor

thegermanicmantuzla
Автор

আলফাক চৰকাৰে টকা দিয়ে আছে, সেইবাবে টো ঠাণ্ডা হৈ আছে!! কিমান যে মানুহ মাৰিলে আকৌ ইঁহতক মাটি আনি গামোচা পিন্ধাই মন্ত্ৰী পাটিব !! সাধাৰণ মানুহ হলে চোৰৰ সন্দেহতে encounter ইয়াই নিয়ম 🔥🔥

mantuhussain
Автор

আলফাৰ বাবেহে অসমীয়া জাতি কিছু পৰিমানে হ'লেও সুৰক্ষিত হৈ আছে।

hemkantaborah
Автор

মূখ্যমন্ত্ৰীৰ এইবোৰ ভেকো ভাওনাহে। কেতিয়াও আলোচনা কৰাব নোৱাৰে। আলোচনা পন্থী আলফাকো ৰামঠগন দি আছে।

hemkantaborah
Автор

বিগত তিনি/চাৰি দশকত যি দেখিছোঁ তাৰ পৰা এটা কথা কব পাৰি যে পৰেশ বৰুৱাক ফুচুলনি, দাবী-ধমকিৰে আলোচনাৰ মজিয়ালৈ অনা টান হব। উত্তৰ পূবৰ আন উগ্ৰপন্থী সংগঠনৰ দৰে আলফাৰ সংগঠন তৰল বুলি মনে নধৰে। এক নিৰ্দিষ্ট কঠোৰ অনুশাসন আৰু মজবুট নীতি আদৰ্শ ৰে আলফাই এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ গঠন কৰিছে । এই কথা আমাৰ নহয়, বিভিন্ন সময়ত ভাৰতীয় সামৰিক বাহিনীৰ মুৰব্বীৰ স্বীকাৰোক্তীয়ে প্ৰমাণ কৰিছে । গতিকে সদিচ্ছা আৰু আগ্ৰহেৰে আলোচনাৰ পটভূমি ৰচনা কৰি বিদেশত হলেও প্ৰথম লানি বৈঠক আৰম্ভ কৰিব পাৰে।

prabinmallabaruah
Автор

মুখ্যমন্ত্ৰীৰ বেকা বেকী মিছলিয়া হাহিঁৰ বুদ্ধি নিশ্চয় উমান পাইছে।

thevillageofAssam
Автор

Akhomiya ugrapanthi ulfak all out operation koriba lage Assam sarkare

kanakramchiary
Автор

আমাৰ ভেঞ্চাৰ বিদ্যালয় শিক্ষক সকলৰ সমস্যা সমাধানৰ বাবে এবাৰ হ'লেও মাত মাতি আমাক জীৱাই থাকিব লৈ চৰকাৰক দাবী জনাওক এয়ে আপুনাক বিনম্ৰ অনুৰোধ জনালোঁ । আমি ভেঞ্চাৰ শিক্ষক সকলে ৩৫/৪০বছৰে বিনা বেতনে, বিনা চিকিৎসা ই খাবলে নপাই কক বকাই মৰিছো তথাপিও কোনো দ'ল সংগঠনেই মাত নামাতে। সেয়ে আপোনাক অনুৰোধ জনালোঁ ।আমি হাৰি গৈছো আমাৰ ভেঞ্চাৰ শিক্ষকৰ কথা এই খন চৰকাৰে কোনো দিন মানি লবলৈ নিবিচাৰে বহুত আন্দোলন কৰিলো কিন্তু লাভ একো নাই । কোনে বুজিব আমাৰ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক সকলৰ সমস্যা কথা ।

rupalidutta
Автор

আলফা থকালৈকে অসমত অসমীয়া সুম্পূৰ্ণ ৰূপে সুৰক্ষিত ।।

TunesAsom
Автор

আলফাই যত মাত মতিব লাগে তাত নামাতে ।। বি জে পি চৰকাৰে যে আল বাল কৰি আছে সেইবিলাকত মাত কিয় নামাতে ।। আৰু 15 আগষ্টত কি এইবোৰ পাগলামি কৰিছে সিঁহতে হে জানে

Allinone-bguh
Автор

অসমত অসমীয়াৰ অধিকাৰ থাকিব লাগে। যেতিয়ালৈকে ভূমিৰ অধিকাৰ, সাঙবিধানীক অধিকাৰ নাথাকিব অসমীয়াৰ অস্তিত্বৰ সঙকতত থাকিব। অসমীয়াৰ জাতীয়তাবোধৰ অভাব।এই অনুভৱ ৰ অভাব জাতীয় tragedy, পৃথিবীত এনেকুৱা জাতীয়তাবোধ নথকা জাতি নাই। আমাৰ অস্তিত্বৰ সঙ্কতৰ পৰা উদ্ধাৰৰ প্ৰথম আতাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ'ব লাগিছিল বহিৰাগতক ভূমি কিনা বা মালিকীস্বত্বৰ অধিকাৰ।আন এটা হেঙাৰ হ'ল একতাৰ অভাৱ তথা ধণী দুখীয়াৰ শ্ৰেণীবিভাজন । অৰ্থাৎ নিজৰ ভালেই শেষ কথা ।নিজ জাতীক ভাল নোপোৱা জাতি বিশ্বত বিৰল।আমাতকৈ নাগা জাতি ভাল। তেওঁলোকে জাতীয়তাবোধৰ ক্ষেত্ৰত আপোচ নকৰে।আমি বাঙলাদেশী সমস্যাৰ কথা কও, কিন্তু দ্ৰুত গতিত বহিৰাগতে অসমৰ মাতিবোৰ কিনি গৈ চহৰৰ পৰা গাও বোৰলৈ চলে বলে কৌশলে সোমাই গৈ আছে, সি শুভলক্ষন নহয়। এনেদৰে অসম তথা অসমীয়াৰ শেষ হৈ যাব।

sburagohain
Автор

হিমন্তই ভাবিছিল তাৰ চলাহী কথাত ফুচুলনিত আলফা পৰেশ বৰুৱাই ভোল যাব ।ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি, অসমৰ জলন্ত বিদেশী সমস্যা সমাধান, অসম বাংলা সীমা চীল, বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষনা কৰি সমাধান কৰা, বান দুৰ্যোগত কেন্দ্ৰ চৰকাৰৰ দুৰ্যোগ সাহাৰ্য এক টকা আনিব নোৱাৰা, কেন্দ্ৰ চৰকাৰক কব নোৱাৰা কাপুৰুষ হিমন্তই অসম ভাৰত ৰাজনৈতিক সংঘাট কি কব বা কৰিব পাৰে ?

asomiaasom
Автор

Sir আমাৰ অসমৰ ssc gd পোষ্ট বোৰ সকলো up/biharor lorai লৈ গৈ আছে fack document bonai kunui mat mata ny amr babe reserved post bur loi goi ase এইবাৰো sir ৩৫০০post asil tare ২৬৭৪ta a bihari sobe fack document bonai loise axomor ru sakori loi gol

kartikmedhi
Автор

Abar dabi namanila abar moi u jam ulfa loi

purnagogoi
Автор

Ulfa long life, assam long life, ❤❤❤

RobiSonowal-er
Автор

মই ভাবূ জে ইলেকচন খেলিব লাগে তেতিয়া হকলো হমইছা হামাধান হব বূলি,
মোৰ কিবা ভোল হলে খীয়মা কৰিব place

Jadumonibo