D Sankar Gam - AABIR ( Official Music Video) ft. Bhaskar Neelom gogoi | Madhab Mili

preview_player
Показать описание
GAMs Music presents "AABIR" 2024
Contact info - (8812960536 - D Sankar Gam)

TEAM AUDIO -
Lyrics - Madhab Mili
Vocal - D Sankar Gam
Tune - D Sankar Gam, Dhani Taye
Music, Mixed and Mastered - Bhaskar Neelam gogoi (Studio strings Tengakhat)
Flute - Mrinal Boro
Guitar - Chintu (Deep Jyoti)

©️ Copyright Owner - GAMs Music

TEAM VIDEO -
Cast - D Sankar Gam and Bhaskar Neelam gogoi
Concept - D Sankar Gam, Bhaskar Neelam Gogoi and Joydeep Tanti
Direction, Cinematography, Drone ,Editing, DI- Joydeep Tanti
Make-up - Manash kalita
Producer - GAMs Music and Bhaskar Neelam gogoi
Aissit Cinematography - Ansuman Deep
Gfx- Bharat bhaskajya, Pranjit doley
Special thanks -

Deejyoti gogoi(moina), Ayanjyoti gogoi
Bital bikash, Apurba regan, Abhi panging and Devoraj Mili, Raju Gogoi.

আবিৰ ( AABIR ) -

তুমিয়েতো মোৰ জীৱন জীয়াৰ ছবি
মনৰ কোঠালীৰ তুমি মোৰ  ত্বিষি

তুমি আছা বাবেই
পলে পলে উৰে মন
তুমি বিচাৰিলেই
পাবা মৰমৰ ধুন

কথানদী বোৱাবা দুটি ওঁঠত
বৰশীব তৰা এটি মন আকাশত


ধুমুহাৰো গান আছে
এন্ধাৰে পোহৰে আনে
পুৱতি  নিশাৰ জোনে
ৰামশৰ  আবিৰ সানে...
জোনৰে জোনাকী হৈ
জিলিকাওঁ মনক
উশাহে উশাহে  আহি
আৱৰে মনক ....
কথানদী বোৱাবা দুটি ওঁঠত
বৰশীব তৰা এটি মন আকাশত ...
তুমিয়েতো মোৰ জীৱন জীয়াৰ ছবি
মনৰ কোঠালীৰ তুমি মোৰ ত্বিষি

#AABIR
#DSankarGam
#bhaskarneelomgogoi
#Newassamesesong
#Madhabmili
#sankarmadhab
Рекомендации по теме
Комментарии
Автор

'আবিৰ' এতিয়া আপোনালোকৰ। আপোনালোকৰ মৰম, আশীষ আৰু শুভকামনাৰে আবিৰ লালিত পালিত হব। সকলোৱে মৰম দিব বুলি আশা ৰাখিলো।

madhabmiliofficial
Автор

Sankar Daa & Madhav Bíro combination always 😍🔥

misingao
Автор

Mur dhore kune kune ghurai ghurai gaan tu xuni ase like kori juwa😊😊

nkcinematicideas
Автор

ইমান সুন্দৰ কন্ঠ, বহুত ভাল লাগিছে গানটো। D Shangkar তুমি মিচিং জনগোষ্ঠীত জন্ম লোৱাৰ বাবে হয়তো আজি অসমৰ জনপ্ৰিয় শিল্পী হব পৰা নাই ।আজি তুমি মাথোঁ মিচিং জনগোষ্ঠীৰ হৈ আছা, কিন্তু আশা কৰিছো ভৱিষ্যতে তুমি বহু ওপৰলৈ যাবা , আমি আশাবাদী। অসমৰ আগশাৰীৰ শিল্পী হিচাপে পৰিগণিত হওঁক ।

nitomesarasingingrealitysh
Автор

বহুত ভাল ভাল singer বুলি কলেওঁ মোৰ বাবে আপুনীয়ে প্ৰিয় love you dada ❤❤❤❤❤❤❤❤❤❤❤❤

PRIYAMMILI-p
Автор

খুব সুন্দৰ । নৈৰ পানীৰ দৰে পাহাৰৰ দৰে সুৰীয়া কণ্ঠ । কথা, পৰিৱেশ, সংগীত সকলো সুমধুৰ । ❤❤❤

Netrakamalhandique
Автор

Best of luck akash u tol pori robo tumar কণ্ঠত

pronabborah
Автор

Eman hundor kontho... Khub bhal lagise tumar ai gaan ti huni... Tumi aguwai juwa Sankor..

HemaSaikia-kotl
Автор

জুই বুলিহে ক’লোঁ৷ কি সুন্দৰ গীতৰ কথা! 👌👌 বাকী কণ্ঠৰ বিষয়ে ক’বলগা একোৱেই নাই৷ শংকৰ বুলিলে প্ৰতিটো গীতেই প্ৰিয় হৈ পৰে৷

pankajpayeng_susen
Автор

খুউব সুন্দৰ। হৃদয় স্পৰ্শী ❤... Feed ত কোনো search নকৰাকৈ গান টো আহি আছিল। কেনেকুৱা হব বুলি play কৰি চাইছিলো। হঠাৎ সুন্দৰ গীত এটি পালোঁ। বাৰে বাৰে শুনিব পাৰি । এনেদৰে সুন্দৰ কামবোৰ ৰাইজক দি থাকক। শুভেচ্ছা থাকিল।

universalcreativepoint
Автор

Lyrics - Madhab Mili
Tune - D Sankar Gam, Dhani Taye
সদায় আপোনালোকৰ গীতবোৰ মনক চুই যায়। Thank you Dada for making this masterpiece ❤🎉😊

DikowPegu
Автор

Emn dhuniya lagisa❤
TQ emn dhuniya geet atiya upohar deaa babe dada❤
Gohpuror pora morom jaselu hodai aaguwai juwa.

Ki music❤ki hobdo❤ki mat

PalashBorah-cl
Автор

আগন্তুক আহি থকা গীতটোৱে যে অসম হিলাব সেইটো খাটাং ❤

bijubijoychetriofficial
Автор

তুমি আছা বাবেই
পলে পলে উৰে মন
তুমি বিচাৰিলেই
পাবা মৰমৰ ধুন ❤❤

sunildeuri
Автор

খুউব সুন্দৰ কন্ঠ।গানৰ সুৰ, শব্দ, উচ্চাৰণ আৰু প্ৰকাশভংগী অতি উচ্চমানবিশিষ্ট হৈছে।লগতে অভিনয়ৰ কথাটো নকলোৱেই আৰু।অতি উন্নত হৈছে।

swapnamili
Автор

কি বুলি কম D sankar কাই কবলৈ ভাষা হেৰাই গৈছে 😊 আপোনি মোৰ প্রিয় গায়ক আৰু আপোনি সদায় মোৰ প্রিয় হৈ থাকিব❤

goutomtaw
Автор

গান টো অৰুণাচল প্ৰগেম এটা শুনি দিলোঁ এবাৰ শুনি ইমান ভাল লগা নাছিল। নেষ্ট শুনি কি ভাল লাগিল মই নাজানো আজি 2মণ্ঠ হল শুনি আছোঁ ll আৰু শুনি থাকিম আগলৈ এনেকুৱা গান দিব লাগিব mr D শঙ্কৰ গাম।।

DepakChutia-km
Автор

দেহৰ শিৰে শিৰে সোমাই যোৱা আপোনাৰ গানৰ প্ৰতিটো শব্দত মই সঁচাকৈয়ে মুগ্ধ হৈ পৰো শংকৰ কাই।

BhadrajitNarah
Автор

Vl lagil bht aru agoleu ankoiei kam bur Kori juwa❤🥳

meghaliborokha
Автор

খুব সুন্দৰ গীত এটি শুনিলোঁ। ❤ কথা আৰু কণ্ঠ লগতে সংগীত খুব ভাল হৈছে। শেষৰ বাৰ্তাটি প্ৰাসংগিক আৰু সময়োপযোগী🎉

nayanligang