HUN RUPEREU | KANYADAN | ASSAMESE LYRICAL VIDEO

preview_player
Показать описание
#ZUBEENMANASORGAAN #ZUBEENGARG #MANASROBIN

SONG :HUN RUPEREU
FILM : KANYADAN
SINGER : ZUBEEN GARG,MANAS ROBIN
MUSIC DIRECTOR : ZUBEEN GARG
LYRICS : DIGANTA BHARATI
TUNE : ZUBEEN GARG
MUSIC ARRANGER : ZUBEEN GARG
RECORDING STUDIO : DIGI MUSIC
MIXED BY : JINTU BORDOLOI
MUSIC LABEL : MANAS ROBIN’S PRODUCTION
PRODUCER : MANAS ROBIN

PLEASE SUBSCRIBE OUR CHANNEL

OUR OTHER SONGS LINKS

Рекомендации по теме
Комментарии
Автор

সদাই সোণ ৰূপেৰে জুবিন দা ৰ কণ্ঠ জুখি চাব নোৱাৰি❤️❤️❤️

manashkalita
Автор

বিশ্ববিদ্যালয়ৰ জীৱনটো উদযাপন কৰিছোঁ আমাৰ সৰু পৃথিৱীখনত❤️❤️❤️ । হোষ্টেল চেণ্টি, ডিপাৰ্টমেণ্ট চেণ্টি, ট্ৰিজেদি আৰু ক'ত যে কিমান দুখ আৰু সুখ । এইয়াই আমাৰ জীৱন

bedantabora
Автор

কি নিভাজ সোণৰ কণ্ঠ আমাৰ দাদাৰ 😇🥰 সঁচাকৈ দাদা আপোনি আমাৰ অসমৰ এটুকুৰ উজ্বল সোণ 🙏❤️ সদায় সোণৰ নিচিনাকৈ জিলিকি থাকক দাদা 💖

Rupam_ZG_Kakati
Автор

Morom loga, bhal loga, xuni thakibole mon jua dukh loga geet. I love you Zubeen da 🙋‍♀️

gunuswargiary
Автор

ধুমুহা ঢাকি থয়
মলয়া সিচি ৰয়
আচলৰো এইয়াহে বতৰা ❣️❣️

gojalicreation
Автор

আগৰ কথাবিলাক মনত পরি য়ায় এইটো গান শুনিলে । কত যে এরি আহিলো সোনালী দিনবোৰ😭😔

ankudas
Автор

মানস দা আপোনালৈ মোৰ এটা অনুৰোধ সেই দিনবোৰ আৰু আমাক ঘুৰাই দিয়ক ।বহত মনত পৰে সেই দিনবোৰলৈ ।😭

pritamkaushik
Автор

বেলি নজলিলেও 🥺
জুন নগলিলেও🥺
জিলিকিব মৰমৰে এই বন ❤️🌸

gogoitez
Автор

শুনি থাকিলেও হেপাহ নপলায় জুবিন দাৰ গীতবোৰ বহুত ভাল পাওঁ জুবিন দা ❤❤❤👌👌👌❤❤❤

AnjaliDas-vvfw
Автор

জুবিৰ গান সচাঁকৈ সুন -ৰূপ দিলেও সমান নহয়❤️👌❤️

anjusaikia
Автор

অসমে সঁচাকৈয়ে এটুকুৰা অমূল্য হীৰা পালে।

Brand
Автор

Zubeen Garg ot aei gaan tu sunile bhut bhut vl lge love this song

RakeshChoudhary-ottq
Автор

ককাইদেউ আপোনাক দুইজনে একলগ সৈ পুনৰ অসমীয়া সংগীত জগতখন এক অভেদ্য দুৰ্গ ৰূপত সজাই তুলিব বুলি আশা কৰিলো

gakulrajkonwar
Автор

বহুত ভাল লাগিল।এটি মনপৰষা গীত। আপোনালোকক অভিনন্দন জনালো।

satisdas
Автор

এটা পুৰণি শব্দ 👉শ্ৰব্য কেছেট। ৰিলৰ কেছেটত শুনিছিলো ! কিমান যে ভাললগা সেই দিনবোৰ!!😍 নষ্টালজিক হৈ পৰিলো😣😣😣

mriduljx
Автор

Very Nice Song Jai Ho Jubin Daa Jai Aai Axom 🙏🙏🙏🌹🌹🌹♥️♥️♥️

DijenSubadar
Автор

হাজাৰ বাৰ শুনিলেই আমনি নালাগে আই লাভ ইউ জুবিন দা

amitdeka
Автор

সঁচাকৈ কিছুমান সময় আমাৰ বাবেই ...যি একোৰে জুখিব নোৱাৰি🌼

nabanitachakravorty
Автор

Beli nojolileoo joon nogolileoo jilikibo aamaare moromre ai bon...❤❤❤❤

subhadrabordoloi
Автор

Uffff ... diganta da r lyrics and zubin da r voice ❤

prangonweb
join shbcf.ru