Kolijar Diary By Neel Akash || Himangshu Borah (HB)/Mrinmoy Mrittik/Ujjwal Aarong/Bikashita Gogoi

preview_player
Показать описание
For Live Show Contact - 7002712344, 7002500207

Song title: Kolijar Diary

♬ AUDIO CREDITS ♬

Singer
Neel Akash

Lyrics
Himangshu Borah (HB)
Mrinmoy Mrittik

Composition
Himangshu Borah (HB)

Music
Ujjwal Aarong

Mix & Mastering
Jatin Sharma (Mumbai)

Backing Vocal
Bikashita Gogoi

Guitar
Writuraj Gogoi

Recording Studio at
Srishti Studio (Moran)

Art & Animation
Bipasha Baruah

Special Thanks
Lonismita Devi
Jyotipall
Bharat Saikia
Meer Deep
Kussum Kailash
Mintu Raidingia
Biplov Konwar
Junaak Milon
Nancy Phukon Das
Chintu Pathok
Satya D Phukon
KowstavMoni Phukon
Lakhi Chandra
Pulakesh Borman

Lyrics :-
আলসুৱা কৈ মৰমতে
আঁকি দিয়া মোৰ হৃদয়তে
ছবি খনি প্ৰণয়ৰ চিয়াঁহীৰে

আকোৱালি লৈ দুবাহুতে
থৰ লাগি মোৰ দুচকুতে
বৈ যোৱা প্ৰেমৰে উশাহতে

খোজে খোজে তুমি হোৱানা
সুৰে সুৰে নামি আহানা
মৰমৰে বৰষা হৈ তুমি
সাৱতি লোৱানা

কেনেকৈ বুজাও
কেনেকৈনো কও
মোৰে মনৰে কথাবোৰ

কেনেকৈ বুজাও
কেনেকৈনো কও
হৃদয়ৰে গোপন ভাষাবোৰ
অ তোমালৈয়ে বুলি
মৰম নুৰিয়াই থও
জপনাখন কলিজাৰ
খুলি দিয়া না
অভিমান অজুহাত
সকলো সামৰি
হেঁপাহবোৰ পলুৱাই
ভালপাই চোৱানা
অ তোমাৰেই ভাৱনাত
ফাগুনৰ কোলাহল
মলয়াৰ দুপাখিত
তোমাক চুবলে
সৰা পাতে পাতে
কাহিনী লিখোগে
*কলিজাৰ ডায়েৰীত*
সাঁচি থবলে
Рекомендации по теме
Комментарии
Автор

অ তোমালৈয়ে বুলি
মৰম নুৰিয়াই থও
জপনাখন কলিজাৰ
খুলি দিয়া না
অভিমান অজুহাত
সকলো সামৰি
হেঁপাহবোৰ পলুৱাই
ভালপাই চোৱানা❤

dhirazkrypton
Автор

কেনেকৈ বুজাও
কেনেকৈনো কও
মোৰে মনৰে কথাবোৰ
ধুনীয়া নীল দা ❤❤

MrinalSenswa
Автор

আপোনাৰ কন্ঠত যাদু আছে নীল ককাইদেউ বাইহাটা চাৰিআলিৰ পৰা এসোপামান মৰম পথিয়ালো আজীৱন প্ৰিয় হৈ থাকিব ❤️❤️❤️❤️

kunalchamuah
Автор

কলিজাৰ ডায়েৰী ✨❤️‍🩹
Pure love vibes! 🤍🎶

kiiishor_
Автор

কি কম আৰু দাদা আপোনাৰ গীতটিৰ বাবে অতি সুন্দৰ 👍

TahneswarKarmakar
Автор

Ufff...ki.... Music...ki master/mix.... .... lyrics tune 🔥🔥🔥🔥juii logaii Bakkii Neel daar kothaa nokueiii❤❤❤

phagunchetia
Автор

Neel da, my all time favourite assamese singer, lovee u Neel da💚

captainamerica
Автор

নীল দা ইমান ধুনীয়া লাগিলে শুনি❤
শুনি ভাল পোৱা লগতে নিল দাক ভাল পোৱা সকলে লাইক কৰিব❤

DiprajTube
Автор

শকুন্তলা দিনৰ পৰা এ প্ৰিয় আছিল আৰু থাকিব ❤

bastavpatar
Автор

বৰ ধুনীয়া হৈছে দাদা | ❤ 🌼🌺🥀😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘

DLvlog
Автор

সুন্দৰ Love from borola hontha 🎉 ( NLP )

udayhazorika
Автор

খুবেই ধুনীয়া লাগিলে গীতটি শুনি দাদা ❤️🎧🙌🙏

borokhadasmusical
Автор

মোৰ কেঁচা কলিজাৰ সোন neel da mojja song 😊😊😊😊❤❤❤

AssamCartoon-sm
Автор

Bohut dhunia lagil huni love u neel da ❤

monmusical
Автор

Love you neel daa bhut dhuniya hoise song tu❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ dada apunak bhut vall pau love you dada

DigantajyotiDas
Автор

moja lagile xuni ❤❤
Love from Hyderabad 💕

variousofficial
Автор

Hit song Neel da ❤ love for rajgarh moran

gamingwithassamboy