filmov
tv
MUR XOPUN | EYES FOR YOU3 | PINKAL PRATYUSH | RAJASHREE | BHASKAR OPSWEL | AAKANGKHYA DAS |FULL SONG

Показать описание
Copyright © Pinkal Pratyush
♬ AUDIO CREDITS ♬
SERIES: EYES FOR YOU 2
SONG: MUR XOPUN
MUSIC/MIXED/MASTERING: PINKAL PRATYUSH
LYRICS - KISHORE BARUAH & PUNAM NATH
SINGER- BHASKAR OPSWEL & AAKANGKHYA DAS
COMPOSITION - PINKAL PRATYUSH
ADITIONAL COMPOSER : RUPANTAR
MALE HUMMING TUNE: INSPIRED BY “UYIRE” SONG.
▣ VIDEO CREDITS ▣
DIRECTION,SCREENPLAY,WRITTEN BY - KISHORE BARUAH
STARRING - PINKAL PRATYUSH, RAJASHREE DAS,
CINEMATOGRAPHY - SANTANU DUTTA,TIKEN DAS,BAIDURJYA SENAPOTI
VFX - SANTANU DUTTA, POMPI MECH, PINKAL PRATYUSH
MUA - PRIYASRI BARUAH
EDITING/DI: SANTANU DUTTA & CINEPLEX PICTURES
ASST.DIRECTION: POMPI MECH & DIMPI BORAH
STILL PHOTOGRAPHY : ADITYA SAIKIA
SPECIAL THANKS TO : PRADIP KUMAR DAS, KAVITA DAS, BITUPON, THOMAS RAJKHOWA,NAINA GOGOI, SUMIT BORUAH(The Time Zone Studio) RAWSTAR STUDIOS, ANAMIKA FILMS FAMILY.
Lyrics:
■হেঁপাহৰ কিনো আবেগ
জিলিকে তোমাৰ দাপোন
তোমাতেই থমকি ৰয়
মোৰ সপোন
নীলিমাৰ আঁৰত কিয়
হেৰুৱা অতীতে কয়
ভাৱনাৰ সাগৰ তুমি
মোৰ হয়
অ কঁপা কঁপা ওঠে
কিনো কয়?
অ জানো আজি তুমি
মোৰেই হয়?
সপোনৰো শেষ নাই
ৰ'দে কয়
ভালপোৱাৰ ৰ'দালি তুমি হয়
■একাঁজলি সপোনে
দুচকুতে গোপনে
উশাহত মৰমে জীয়াই
অভিমানী হৃদয়ে
আলফুলে গুপুতে
কিয়নো মনে মোৰ
বিচাৰে তোমাকে?
সপোনৰো শেষ নাই
ৰ'দে কয়
ভালপোৱাৰ ৰ'দালি তুমি হয়
■ সাঁতুৰঙী ৰঙেৰে
বুলালাহি তুমিয়ে
ৰামধেনু মৰমৰ ভাঁজতে
গুঁঠি দিলা কবিতাৰে
কব খোজা কথাৰে
নুবুজা কথাবোৰ
অজানিতে তুমিয়েই

Комментарии