MORILONG MORILONG ¦ NAHOR 2016 ¦ Okhom Music

preview_player
Показать описание
okhom music, the official portal of assamese music.
Рекомендации по теме
Комментарии
Автор

মৰিলং মৰিলং লাগি যায়
চুইলং চুইলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
ধৰিলং ধৰিলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
চুইলং চুইলং লাগি যায়

 


ফুলে সোণাৰু হালধীয়া হালধীয়া
চিঙি লং চিঙি লং লাগি যায়
হ’লা নাজিতৰা ধুনীয়া মোহনীয়া
ধৰিলং ধৰিলং লাগি যায়
ফুলে সোণাৰু হালধীয়া হালধীয়া
চিঙি লং চিঙি লং লাগি যায়
হ’লা নাজিতৰা ধুনীয়া মোহনীয়া
ধৰিলং ধৰিলং লাগি যায়

 

বগাব নোৱাৰোঁ ডালত নাজিতৰা
পৰিলং পৰিলং লাগি যায়
তুমি থাকা বাপেৰৰ ঘৰত নাজিতৰা
আনি লং আনি লং লাগি যায়
তোমাক নেপাং নেপাং লাগিলে ভাবিলে
মৰিলং মৰিলং লাগি যায়
মৰিলং মৰিলং লাগি যায় অ‘

 

ফুলে মালতী মোহনীয়া মোহনীয়া
চিঙি লং চিঙি লং লাগি যায়
হ‘লা সোণামুৱা ধুনীয়া মৰমলগা
ধইলং ধইলং লাগি যায়
ফুলে মালতী মোহনীয়া মোহনীয়া
চিঙি লং চিঙি লং লাগি যায়
হ‘লা সোণামুৱা ধুনীয়া মৰমলগা
ধইলং ধইলং লাগি যায়

উঠিব নোৱাৰোঁ গছত সোণামুৱা
পৰিলং পৰিলং লাগি যায়
কিমান থাকিম পিতাইদেউৰ ঘৰত সোণামুৱা
তোলৈ যাং তোলৈ যাং লাগি যায়
তোমাক নেপাং নেপাং লাগিলে ভাবিলে
মৰিলং মৰিলং লাগি যায়
মৰিলং মৰিলং লাগি যায়

 

মৰিলং মৰিলং লাগি যায়
ধইলং ধইলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
চিঙি লং চিঙি লং লাগি যায়

পকা সুমথিৰা ধুনীয়া লুভনীয়া
পালে খাং পালে খাং লাগি যায়
তুমি মোৰ যৌৱনৰ যুৰীয়া নিয়মীয়া
চালে চাং চালে চাং লাগি যাই
পকা সুমথিৰা ধুনীয়া লুভনীয়া
পালে খাং পালে খাং লাগি যায়
তুমি মোৰ যৌৱনৰ যুৰীয়া নিয়মীয়া
চালে চাং চালে চাং লাগি যাই

থাকিব নোৱাৰোঁ ঘৰত নাজিতৰা
ক’লৈ যাং ক’লৈ যাং লাগি যাই
তোমাক মনত পৰি থাকে নাজিতৰা
আনি লং আনি লং লাগি যাই
তোমাক নেপাং নেপাং লাগিলে ভাবিলে
মৰিলং মৰিলং লাগি যায়
মৰিলং মৰিলং লাগি যায় অ



বিলৰে মেটেকা ধুনীয়া লুভনীয়া
পালে খাং পালে খাং লাগি যায়
তুমি যৌৱনৰ যুৰীয়া নিয়মীয়া
চালে চাং চালে চাং লাগি যাই
বিলৰে মেটেকা ধুনীয়া লুভনীয়া
পালে খাং পালে খাং লাগি যায়
তুমি যৌৱনৰ যুৰীয়া নিয়মীয়া
চালে চাং চালে চাং লাগি যাই



সাঁতোৰিব নোৱাৰোঁ দহত সোণামুৱা
ডুবিলং ডুবিলং লাগি যায়
সদাই পৰি থাকে মনত সোণামুৱা
খুলি কং খুলি কং লাগি যায়
তোমাক নেপাং নেপাং লাগিলে ভাবিলে
মৰিলং মৰিলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
ধইলং ধইলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
চুইলং চুইলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
চুইলং চুইলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
চুইলং চুইলং লাগি যায়

litn
Автор

Agor jubeen dar kotha e beleg asil kintu eitiya o xenekua e morom ase ❤

jkmyhubby
Автор

Zubeen da gan hodai fire hoi fire ❤❤❤❤❤❤❤❤

PalligramtvComedy
Автор

Kune Kune 2024 ot huni aseee❤ like kora mukkk

lagachuaao
Автор

Mera best Assamese song Arunachal Pradesh Roing se sun rahi hu❤❤😊😊

MariaGogoi-yy
Автор

Biyar agot iman piyar biyar pisot jalai ai piyar biyar piyar dile

UmmaySalmah
Автор

Are okhom mo ane ke nohoi axom ane koi hoi

UshaMoran-sy
Автор

2024 kone kone xuni ase zubeen dar
Morilong morilong .D.r.Zubeen.... I love . zubeen da

Bora_music
Автор

2025 t Dubai pora kune kune sai asa like kori diya 😢

assamboy
Автор

2025 Kune Kune Sai ase like kora🙏🙏🙏🙏🙏 zubeen dar namot😊😊😊

NilakantaSaharia-vo
Автор

Zubeen Da you are God gifted For assam❤

Vikashk-
Автор

Kuni kuni xui kene sai asa like me 😅😅😅😅

PranjitSarania-dp
Автор

2025t kuny kuny hunibo ba huni asy please comment🎉😂

Rupantagogoi-pbxq
join shbcf.ru