Bhaskar Opswel - Xewali [Official Audio]

preview_player
Показать описание
Follow Bhaskar:

Follow Abhinab:

#bhaskaropswel #Xewali
Bhaskar Opswel - Xewali [Official Audio]

Lyrics ~ Abhinav Nath
Vocal/Composition/Music ~ Bhaskar Opswel
Mix/Master ~ Koustav Saikia
Flute ~ Anjan Medhi & Anurag Saikia
Guitar ~ Tiku Boro
G-Design ~ Rongmon
Motion visual ~ Suraj Gogoi
Recorded ~ Taal audio lab (Morigaon) and B.N Music studio

special thanks

Gaurisnkr, Poketo, Bhargab pall,Harsh,Partho,Chandan mahanta, Dibya mahanta

Lyrics___!

শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালি তুমি মোৰ ৰাগিনী গীতৰ
শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
শুকুলা মেঘৰ দৰদী সৰগী সুৰীয়া প্ৰাণ
আছুতীয়া মৰমৰ সুৰ তুমিয়েই মোৰ গান
শেৱালি তুমি আহিবা ঐ
শাৰদী কুঁৱলী হৈ
শেৱালি তুমি যাবাগৈ
কুঁৱলী সিক্ত হৈ
অ' মোৰ সেমেকা মনক লৈ
জোনাকী বাটলৈ
অ' মোৰ কাষতে বহি ৰৈ
থাকিবা শেষলৈ
মোৰ মিনতি তুমি
থাপনাৰ জেউতি ৰাণী
নিয়ৰ গৰকি তুমি
হোৱা লাজুকী জনী
পুৱা সৰি হোৱা তুমি কোমল দলিছা খনি
নাযাবা তুমি আঁতৰি
Рекомендации по теме
Комментарии
Автор

আপোনালোকৰ মৰম ভালপোৱা সহাৰি বিচাৰি আমাৰ 'শেৱালি' গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো। 🥰🥰🥰
গীতটি শুনি কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব! ধন্যবাদ।

BHASKAROPSWEL
Автор

এইটো গীত এতিয়াও কোনে শুনা বাৰু আৰু শুনিলে যেন কিবা এটা অনুভৱ হৈ❤

dolibarman
Автор

অতি সুন্দৰ। বহুত ভাল লাগিল।আগুৱাই যোৱা। মিঠা মিঠা লগা এটি সুন্দৰ গীত ।

putumoniburagohain
Автор

মই এইবাৰ বিদ্যালয়ত নিশ্চয় এই গানটো গাম❤❤❤
ইমান ধুনীয়া হৈছে 😊😊😊😊

priyabora
Автор

মোৰ মিনতি তুমি,
থাপনাৰ জেউতি ৰাণী।
Uff 🔥
ভাষা বিহীন ❤

supriyagogoi
Автор

আহি গল 😘💞 ইমান ধুনীয়া লাগিছে কবলৈ ভাষা নাই 💞😘

gitarthazgmedhi.
Автор

গানটো শুনি বহুোত ভাল লাগিছে 🧡🤍💚 জয় আই অসম🙏🙏

achyutdas
Автор

কি কণ্ঠ। কি কথা। কি অনুভূতি। সঁচাকৈ হৃদয় আপ্লুত। 👏❤️

biikz
Автор

মন চুই গ'ল❤️।।আকৌ এনেদৰে শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।।

puspalotabaglary
Автор

199 বাৰ মান শুনিলো, , , অলপো শুনি বেয়া পোৱা নাই, প্ৰতিটো শব্দৰ কিবা এটা নতুনত্ব বিচাৰি পাইছোঁ।nice one bro..love from sonari

Jitul...
Автор

Beautiful 😍🥰 song শেৱালী ❤❤❤❤❤❤😍💝💖💕♥️♥️♥️

Barbie
Автор

মৰিগাঁওবাসী হিচাপে গৌৰৱ অনুভৱ কৰো ভাস্কৰ, তুমি এনেদৰে আগুৱাই যোৱা

biswajitbaruah
Автор

শৰতৰ "শেৱালি"ৰ সুবাসে সকলোকে যেনেকৈ মোহিত কৰে ঠিক তেনেকৈয়ে #bhaskaropswel দাদাৰ কণ্ঠতো "শেৱালি"য়ে সকলোৰে হৃদয় স্পৰ্শ কৰি গৈছে ।।।।। ❤️❤️❤️😍 বহুত বহুত শুভকামনা ।।।😊

bhargavpall
Автор

Dont understand any language but literally addicted one ❤ Tons of love from Nepal 💗😊

Uniquerai
Автор

বহুত ধুনীয়া হৈছে। গোটেই দিনটো এই গীতটি শুনি এ পাৰ কৰো বুলি কলেও ভূল নহব।❤️

paroshk
Автор

এক নিচা আছে এই শব্দত এক যাদু আছে এই কণ্ঠত।❤️🥰🥀

daretoshow
Автор

অসমীয়া সংগীতৰ ভাল সময়বোৰ আকৌ উভতি আহিছে 😍❤।

bhargavmahanata
Автор

✨ ওফ ভাস্কৰ দা ইমান ভাল লাগিছে গানটো❣️

dulalboruah
Автор

গীতটি শুনি দেহ মন ভৰি গল দেই। গীতৰ কথা, সুৰ, সংগীত বহুত ধুনীয়া। কৃষ্ণ !!👌

luheetsaikia
Автор

অসমীয়া সংগীতৰ পুনৰ এক নতুন যুগ আৰম্ভ হৈছে, এই যুগত এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিছে ভাস্কৰ Opswel য়ে।।।

upamainyubora