Baxontor Utola Baa By Kussum Kailash || Nilakshi Neog || New Assamese Bihu Video Song 2024

preview_player
Показать описание
Singer- Kussum Kailash & Nilakshi Neog
Lyrics/Tune-Kussum Kailash & Sarat Sravan
Mixed/Mastered- Ujjwal Aarong
Dhool-Pankaj Bora
Pepa-Manash Jyoti Mohan
Flute-Bitupan Konwar
Guitar -Bikash Gogoi
Co-vocalist -Mrinmoy Mrittik, Sankar, Rup-Rupam, Abhijit, Jitumoni, Paran, Palash

Recorded @ Studio Srishti By Ujjwal Aarong

Photography & Cover Design :- Satyajit D Phukon

Video Credits
Special Thanks - Ranjit Gogoi
Video Director - Ashim Gogoi
AD - Dip Barman & Babusha Bijoy Das
Cinematography - Suman Duwarah & Papu Deka
Costume Designer - Garima Saikia Garg
Editor - Manas Kashyap
Introducing - Satabdee Kalita
Cast - Kusum Kailash
Makeup - Abhijit bhuyan
Makeup Asst. - Rajib & Sourav
Production Manager - Dipan Baruah
Drone - Joydeep Paul & Kuldeep

Special Thanks
Daisy Gogoi Mohan
Uttam Changmai
Pronobjyoti Gogoi
Pranjal Gogoi
Bichitra narayan Baruah
Bitupon axom
Bikash Bailung
Washim Ayan
Partha Gogoi

#kussum_kailash #kussumkailash #nilakshi_neog #Baxontor_Utola_Baa #Nang_Seng #dhwanimusic #Dhwani_Music #assamesesong #assamese #assamesebihu #newassamesesong #newbihusong
Рекомендации по теме
Комментарии
Автор

নিভাজ অসমীয়া এটি বিহু গীত ❣️তাতে কৈলাস দা কন্ঠত উফ❤❤

prasantaraja
Автор

এনেদৰে সম্পুৰ্ণ ঢোলত বজোৱা বিহু লৈ অপেক্ষা কৰি আছিলো...বৰ ভাল লাগিল...এনেদৰে আগলৈও অপেক্ষা থাকিব

borahrima
Автор

❤❤❤❤❤❤ ইমান ধুনীয়া লাগিল কুসুম দা ডিব্ৰুগড় জিলাৰ পৰা বহুত মৰম দিলোঁ 4:49

BikashSaikia-ym
Автор

বসন্তৰ উতলা বা...🎉❤
কুসুম কৈলাশ দাদাৰ বাবে 👍

Bituchutiaofficial
Автор

খাঁটি বিহু 🥰
কুসুম ককাই আপোনাক ধৈন্যবাদ বেছি সুন্দৰ বিহু গীততি উপহাৰ দিয়া কাৰণে সকলোঁলৈকে আন্তৰিক শুভ কামনা🙏🏻

jatadharri
Автор

বহুত সুন্দৰ তোমাৰ গীত শুনিলে পুৰণি দিন বোৰলৈ মনত পৰে, , বিশাল পথাৰৰ মাজত সজা ভেলা ঘৰ, ,বিধে বিধে খাদ্য আৰু যান্ত্ৰিক তাই ঢুকি নোপোৱা পৃথিৱী খনত বেটাৰী আৰু এটা দেগৰ, শব্দহ যে আমাৰ কিমান প্রিয় আছিল || মোৰ বিশ্বাস তোমাৰ গীতৰ মাজতে হেৰুৱা দিন বোৰ পুনৰ সকলোৰে মনত পৰিব ❤❤❤

Crafthouse
Автор

January❤ Magh bihu❤❤ hilai dim aebaar
❤❤❤jai kkw❤❤

dostireactionatoz
Автор

উসঃ.... কি সুন্দৰ, , , , কবলৈ ভাষায়েই নাই... নাং -চেং তই ৰচকী পখিলী❤
বহু দিন অপেক্ষাৰ অন্তত💞🥰😍🤩
ৰচকী পখিলী ধুনীয়া নাচনী 😍

pankajgogoi
Автор

প্ৰতি বছৰে, বছৰটোৰ শেষত আপোনাৰ কণ্ঠত এটি সুন্দৰ বিহুগীত শুনিবলৈ হেঁপাহেৰে ৰৈ থাকোঁ । শুনি অহা গীত কিটাৰ দৰেই, এইবাৰো এটি সুন্দৰ বিহুগীত উপহাৰ দিয়াৰ বাবে বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ ককাই ❣️ Love u ❤❤ 💕

manshumousumentertainmenta
Автор

বৰ সুন্দৰ এটি গীত আগবঢ়ালে ❤ কুসুম দাৰ বাবে এটা like 👍
Lot's of love from Jorhat ❤

ParthaProtimBora
Автор

বহুত বহুত ধুনীয়া বিহু❤অসমীয়া ৰ স্বাভিমান সদায় এনেকৈ উজ্জ্বলি থাকক❤।

TalukdarPriyanka
Автор

বৰ ধুনীয়া হৈছে দেই "ককাই" বহু দিনৰ পিছত এনেকুৱা এটা গীত আপোনাৰ কণ্ঠত ❤
সকলোলৈকে আগন্তক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দেই 🥰🙏

bijitborpatra
Автор

সেই পুৰণি নিভাজ বিহুটোক যেন আকৌ উভতাই পাইছো❤
বিহুৰ আগে আগে ইমান সুন্দৰ বিহু এটা উপহাৰ দিয়া বাবে ধন্যবাদ ককাই❤

pritomsanukaushik
Автор

কোনে কোনে অতি আগ্ৰহেৰে কুসুম দাৰ❤ গীতটিলৈ অপেক্ষা কৰি আছে like কৰা 👍🎉

AllIndiaReport
Автор

ভাল লাগিল সুন্দৰ ৰোমাণ্টিক বিহুগীত ৷ গীতটোৰ জৰিয়তে বিহুনৃত্যৰ লগতে ঢোলবাদন সুন্দৰ ভাৱে প্ৰতিছবি দেখুৱাবলৈ সক্ষম হৈছে ভাল লাগিল ৷

debajitgogoi
Автор

বহু দিনৰ মূৰত ইমান সুন্দৰ গীতৰ ঢোল - পেপাৰ মাতত কান দুখনে আৰাম পালে ❤❤❤

ANKURNATH
Автор

শুভ কামনা ককাই।❤এইবাৰ কোনে কোনে বজাব মাঘ বিহুত এই সুন্দৰ গীতটি।।🎉🎉

around_the_assam_officeal
Автор

এইবাৰ মাঘ বিহুত চাৰিও ফালে কুসুম দাৰ 'বসন্তৰ উতলা বা ' বাজি থাকিব, বহুত সুন্দৰ বিহু গীত এটা উপহাৰ দিলে অসমবাসীক ❤, সকলোৱে কুসুম দাৰ গীতটো আদৰি লব বুলি আশা কৰিলোঁ ❤️❤️

Ramdhenu_Zg
Автор

আগন্তুক আহি আছে প্ৰতিজন অসমীয়াৰ অতি মৰমৰ বিহু আৰু নতুন এটা খোব ধুনীয়া গীতেৰে এইবাৰ ❤❤ love you kusum kokai

rrrrajibgogoi
Автор

বহুত বেছি সুন্দৰ হৈছে কুসুমদা, শুনি আমনি নলগা এটি বিহু গীত উপহাৰ দিছে

jogenthengal